• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২১ জুনত উত্তৰ গুৱাহাটীত বিশ্ব যোগ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 10, 2018 12:45 pm

1 min read

২১ জুনত উত্তৰ গুৱাহাটীত বিশ্ব যোগ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি
108
VIEWS
Share on FacebookShare on Twitter

অহা ২১ জুনত সমগ্ৰ বিশ্বতে যোগ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীতো যোগ দিৱস পালনৰ ব্যাপক প্ৰস্তুতি চলিছে৷

উল্লেখযোগ্য যে উত্তৰ গুৱাহাটীৰ অগ্ৰণী ক্ৰীড়া সংগঠন ছোৱান এছ’চিয়েছন আৰু নৱোদয় ক্ৰীড়া সংগঠনৰ উদ্যোগত ২১ জুনত পুৱা ৬ বজাৰ পৰা ৮:৩০ বজালৈ যোগ দিৱস উদোযাপন ব্যৱস্থা কৰা হৈছে।

উত্তৰ গুৱাহাটীৰ শিলসাকোঁস্থিত জি এম ডি এ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত যোগ শিবিৰ, আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে যোগ দিৱস পালন কৰা হ’ব বুলি আয়োজক সমিতিৰ পৰা জানিব পৰা গৈছে।

ইয়াৰ উপৰিও আয়োজক সমিতিৰ সভাপতি-সম্পাদকে উক্ত অনুষ্ঠান সমূহত অংশ গ্ৰহণ কৰিব বিচৰা ইচ্ছুক ব্যক্তি সকলক সংস্থাৰ কৰ্মকৰ্তা মানস দাস, জ্যোতিপ্ৰসাদ তামুলী অথবা দিলীপ বৰাৰ লগত ৯৫০৮৭০২১৮৮,  ৯৮৬৪০২০৯২৯ অথবা ৭০০২৬৪৯০৩৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। লগতে অনুষ্ঠানটো সফলভাৱে আয়োজন কৰাৰ ক্ষেত্ৰত উত্তৰপৰীয়া সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd