• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২২ এপ্ৰিলত কংগ্ৰছৰ মহানগৰ জিলা সমিতিৰ উদ্যোগত ৰঙালী বিহু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 21, 2018 2:56 pm

1 min read

congress1-702x336
151
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত  ২২ এপ্ৰিল দেওবাৰে গুৱাহাটীৰ দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্স প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপনৰ আয়োজন কৰিছে ।

দেওবাৰে ৰাতিপুৱা ৯ বজাত বিহুৰ পতাকা উত্তোলন কৰিব অসম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰিব বিহু সমিতিৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন  বৰঠাকুৰে।

দিনৰ ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন। বিয়লি ৫ বজাত কেইবা গৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হ’ব।

সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাই। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাবে গীত পৰিবেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা আৰু মৌচম গগৈয়ে ।

সকলোৰে সহযোগিতা আৰু উপস্থিতিৰে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে বিহু সমিতিৰ সভাপতি ৰমেন বৰঠাকুৰে।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd