• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২২ এপ্ৰিলৰ পৰা গুৱাহাটীত প্ৰেছিডেন্সিয়েল কাপ বেছ বল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 18, 2018 7:26 am

1 min read

india-pakistan-baseball

প্ৰতিনিধিত্বমূলক চিত্ৰ

147
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত আন এক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰস্তুতি আৰম্ভ হৈছে। অহা ২২-২৭ এপ্ৰিলত ৯ খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’ব প্ৰেছিডেন্সিয়েল কাপ বেছ বল প্ৰতিযোগিতা।

মঙলবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ে সদৰী কৰে ৰাজ্যিক সন্থাৰ সম্পাদক আছমা বেগম আৰু প্ৰাক্তন প্ৰশাসনীয় বিষয়া স্বপ্ননীল বৰুৱাই।

প্ৰতিযোগিতাখনৰ আয়োজকে জনোৱা মতে অংশগ্ৰহণকাৰী দলবোৰ হ’ল পাকিস্তান, ইৰান, ইৰাক, আফগানিস্তান, শ্ৰীলংকা, নেপাল, ভূটান, বাংলাদেশ আৰু আয়োজক ভাৰত।

উল্লেখযোগ্য যে এই সন্মানজনক প্ৰতিযোগিতাখনত ভাৰত ডিফেণ্ডিং চেম্পিয়ন। উক্ত টুৰ্ণামেণ্টখন অনুষ্ঠিত হৈছিল ইৰানত।

ইফালে দিবা-নৈশ ভিত্তিত মূল মেচসমূহ অনুষ্ঠিত হ’ব সৰুসজাই ক্ৰীড়া প্ৰকল্পত। কিন্তু ২২ এপ্ৰিলৰ দিনা বিয়লি ৪ বজাত প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি হ’ব দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত।

আনহাতে আয়োজকে জানিবলৈ দিয়া মতে উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ক্ৰীড়া মন্ত্ৰী নৱ দলেৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd