DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

২৩ আগষ্টত মেঘালয়ৰ দক্ষিণ তুৰা সমষ্টিত উপ-নিৰ্বাচন; ভাগ্য নিৰ্ণয় হ’ব মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2018 2:31 pm
Conrad-Sangma-1-570x320

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা : ফাইল ফটো

79
VIEWS
Share on FacebookShare on Twitter

অহা ২৩ আগষ্টত মেঘালয়ৰ দক্ষিণ তুৰা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। সেইদিনাই মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ নিৰ্ণয় হ’ব ভাগ্য। কিয়নো এই সমষ্টিটোৰ পৰাই প্ৰতিদ্বণ্ডিতা কৰিব মুখ্য মন্ত্ৰীগৰাকীয়ে।

চলিত মাহৰ আৰম্ভণিতে তুৰা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা দক্ষিণ তুৰা সমষ্টিৰ এন পি পিৰ বিধায়িকা আগাথা চাংমাই মেঘালয় বিধানসভা সদস্য পদৰ পৰা পদত্যাগ কৰিছিল। আগাথাই তেওঁৰ ভাতৃ তথা মুখ্য মন্ত্ৰী কনৰাড চাংমাক মুখ্য মন্ত্ৰীৰ দায়িত্ব নিয়াৰিকৈ চলাই যোৱাৰ উদ্দেশ্যে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিধানসভাৰ সদস্যৰ পদ এৰি দিয়া বুলি ৰাজনীতি মহলত চৰ্চিত হৈছিল।

উল্লেখ্য যে মুখ্য মন্ত্ৰী কনৰাড চাংমা এতিয়াও লোকসভাৰ সদস্য হৈয়ে আছে। আৰু জানিব পৰা মতে অহা সপ্তাহত তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱণা আছে।

ইফালে জানিব পৰা মতে ৰাজ্যখনৰ ৫১ নং দক্ষিণ তুৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন ৬ আগষ্ট, ৭ আগষ্টত মনোনয়নপত্ৰ পৰীক্ষা, ২৩ আগষ্টত ভোটদান আৰু ২৭ আগষ্টত ফলাফল ঘোষণা কৰা হ’ব।

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd