DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৫ মাৰ্চৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় অভায়ৰণ্যত আৰম্ভ হ’ব গঁডৰ পিয়ল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2018 2:00 pm
Kaziranga
297
VIEWS
Share on FacebookShare on Twitter

এশিঙীয়া গঁডৰ বাবে পৃথিৱীবিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় অভায়ৰণ্যত চলিত মাহৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হ’ব গঁডৰ পিয়ল কাৰ্য।উল্লেখ্য যে এই পিয়লৰ সমাপ্তি ঘটিব ২৮ মাৰ্চত।

অসমৰ বন বিভাগ আৰু কেইবাটাও স্বীকৃতিপ্ৰাপ্ত স্বেচ্ছাসেৱী সংগঠনে ২০১৫ চনত চলোৱা পিয়ল অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় অভায়ৰণ্যত গঁডৰ সংখ্যা আছিল ২,৪০১ টা। ইয়াৰ ভিতৰত ১,৬৫১টা প্ৰাপ্তবয়স্ক, ২৯৪টা উপ-বয়স্ক, ২৫১ টা কিশোৰ আৰু ২০৫ টা পোৱালি গঁড আছিল।

কিন্তু বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় অভায়ৰণ্যত চোৰাং চিকাৰীয়ে চলোৱা তাণ্ডৱৰ ফলত গঁডৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে।

উল্লেখ্য যে এই গঁডৰ পিয়লৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় অভায়ৰণ্যত ২৬ ৰ পৰা ২৮ মাৰ্চলৈ পৰ্যটকৰ বাবে হাতী ছাফাৰী বন্ধ থাকিব বুলি সদৰী কৰিছে অভায়ৰণ্যখনৰ কৰ্তৃপক্ষই।

আনহাতে কহৰা, বাগৰি, বুঢ়াপাহাৰ ৰেঞ্জ ২৬ মাৰ্চত আৰু ২৭ মাৰ্চত আগৰতলী ৰেঞ্জ বন্ধ থাকিব বুলি প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় অভায়ৰণ্যৰ কৰ্তৃপক্ষই।

উল্লেখ্য যে বহু পূৰ্বেই এশিঙীয়া গঁডৰ বিচৰণভূমি হিচাপে খ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় অভায়ৰণ্যক ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভুক্ত কৰিছে।

 

Recent News

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd