• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩৩১ কোটি টকাত ডুমডুমাৰ ৮ খন চাহ বাগিচা বিক্ৰী কৰিলে মেকলয়ড ৰছেলে

NE NOW NEWS এন ই নাও নিউজ
ডুমডুমা , June 7, 2018 8:17 am

1 min read

aa-Cover-r1mo7gsfc92fe1k5ib2bu8k6e7-20161222133140.Medi

প্ৰতিনিধিত্বমূলক ফটো

119
VIEWS
Share on FacebookShare on Twitter

প্ৰায় ৬০০ কোটি টকাৰ লোকচানত চলি থকা মেকলয়ড ৰছেল ইণ্ডিয়া লিমিটেডৰ আঠখন চাহ বাগিচা বহুজাতিক চাহ কোম্পানী এম কে শ্বাহ এক্সপ’ৰ্ট লিমিটেডে ক্ৰয় কৰা বুলি জানিব পৰা গৈছে।

উদ্যোগটোৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে দীৰ্ঘদিন ধৰি শ্ৰমিক-কৰ্মচাৰীক দৰমহা, স্বাস্থ্য, শিক্ষাকে ধৰি অত্যাৱশ্যকীয় সেৱা সমূহৰ পৰা বঞ্চিত কৰি ৰখা বৃহৎ চাহ কোম্পানীটোৱে অৱশেষত ৩৩১ কোটি টকাত আঠখনকৈ চাহ বাগিচা এম কে শ্বাহ এক্সপ’ৰ্ট লিমিটেডক বিক্ৰী কৰাৰ আনুষ্ঠানিক চুক্তিত স্বাক্ষৰ কৰিছে।

সূত্ৰটোৱে জানিব দিয়া মতে মেকলয়ড ৰছেল ইণ্ডিয়া লিমিটেডৰ কলকাতাস্থিত মুখ্য কাৰ্যালয়ত মঙলবাৰে সংগোপনে চাহ বাগিচা বিক্ৰী সম্পৰ্কত এম কে শ্বাহ এক্সপ’ৰ্ট লিমিটেডৰ সৈতে দুয়ো পক্ষৰ চুক্তি সম্পন্ন হয়।

সূত্ৰসমূহে জনোৱা মতে মেকলয়ড ৰছেল ইণ্ডিয়া লিমিটেডে প্ৰায় এহেজাৰকোটি টকাৰ ধাৰত ডুব গৈ আছিল। আনকি বিগত চাৰিটা মাহত বৃহৎ কোম্পানীটোৱে ১৪২ কোটি টকাৰ লোকচান ভৰিছিল।

এনে অৱস্থাত কোম্পানীটোৱে অসমত থকা ৫২ খন চাহ বাগিচাৰ উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমা চাৰ্কোলৰ অন্তৰ্গত আঠখন চাহ বাগিচা ক্ৰমে বিছাকুপি, ৰাইডাং, দৈমুখীয়া, ফিল’বাৰী, বৰডুবি, চামদাং, বাঘজান আৰু কুমচাং চাহ বাগিচা এম কে শ্বাহ এক্সপ’ৰ্ট লিমিটেডক বিক্ৰী কৰিছে।

আনহাতে, মেকলয়ড ৰছেল ইণ্ডিয়া লিমিটেডে এই চাহ বাগিচা বিক্ৰী সম্পৰ্কত অসম চৰকাৰক এতিয়াও জনোৱা নাই বুলি জানিব পৰা গৈছে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd