• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪৮ ঘণ্টীয়া দুলীয়াজান বন্ধত স্তব্ধ তৈলনগৰীখনৰ জনজীৱন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2018 11:32 pm

1 min read

Bangladesh, Bhutan, India, Nepal Motor Vehicles Agreement to benefit four countries

প্ৰতিনিধিত্বমূলক ছবি

104
VIEWS
Share on FacebookShare on Twitter

দুলীয়াজানৰ ৰেলৱে ষ্টেচনৰ পৰা টিপলিঙলৈকে ৪ কি:মি: দৈৰ্ঘৰ পথছোৱা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নোঠাৰ প্ৰতিবাদত দুলীয়াজানৰ আঠটাকৈ সংগঠনৰ উমৈহতীয়া মঞ্চ জাতি-জনগোষ্ঠীয় ঐক‍্য মঞ্চই জনোৱা ৪৮ ঘণ্টীয়া দুলীয়াজান বন্ধত আজি তৈলনগৰী খনৰ জনজীৱন স্তব্ধ হৈ পৰে।

উল্লেখযোগ্য যে অইল ইণ্ডিয়া লিমিটেডে উক্ত পথটো নিৰ্মাণৰ বাবে ২৪ কোটি ২৩ লাখ টকা ধাৰ্য কৰি ২০১২ -১৩ বৰ্ষত এক বুজাবুজি চুক্তি যোগে গড়কাপ্তানী বিভাগক পথটোৰ নিৰ্মাণৰ দ্বায়িত্ব অৰ্পণ কৰিছিল।

১৮ মাহতে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব লাগিছিল যদিও আজি ছবছৰ পাৰ হৈ যোৱাৰ পিছটো পথটোৰ বেছিভাগ অংশৰে কাম অসম্পূৰ্ণ হৈ আছে।

ইয়াৰ প্ৰতিবাদত দুলীয়াজানৰ আঠটাকৈ সংগঠনে মিলি আজি ৪৮ ঘণ্টীয়া দুলীয়াজান বন্ধ জনোৱাৰ লগতে পথটোৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰা, নিৰ্মাণৰ দ্বায়িত্বত থকা ঠিকাদাৰক ব্লেকলিষ্টেড কৰা আদি দাবীৰে ঠায়ে ঠায়ে টায়াৰ জলাই পৰিবেশ উত্তাল কৰি তোলে।

বন্ধটোৰ প্ৰতি দুলীয়াজানৰ সাধাৰণ ৰাইজৰ উপৰি স্থানীয় ব্যৱসায়ী সকলেও সঁহাৰি জনোৱা দেখিবলৈ পোৱা যায়। অৱশ্যে প্ৰশাসনৰ ফালৰ পৰা কাইলৈ সংগঠনটোৰ সৈতে এক বৈঠক আহ্বান কৰাত বন্ধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে।

আনহাতে বন্ধৰ সময়ছোৱাত আৰক্ষীয়ে নগৰখনৰ বিভিন্ন স্থানৰ পৰা কেইবাগৰাকী বন্ধৰ সমৰ্থকক আটক কৰিছিল যদিও পিছত তেওঁলোকক মুকলি কৰি দিয়ে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd