• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৮৯ বছৰ বয়সত দেহাৱসান দক্ষিণ কামৰূপ, গোৱালপাৰা জিলাৰ প্ৰথম সাংবাদিক খগেন বায়নৰ

NE NOW NEWS এন ই নাও নিউজ
বকো , May 25, 2018 10:33 pm

1 min read

khagen bayan boko
65
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ প্ৰথম গৰাকী সাংবাদিক খগেন বায়নৰ  বাৰ্ধক্য জনিত কাৰণত আজি ২৫ মে’ৰ পুৱা নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ৷

ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ হৈ হিন্দী-অসমীয়া এখন অভিধান প্ৰণয়ন কৰা বায়ন আন কেইবাখনো গ্ৰন্থৰো প্ৰণেতা আছিল।

সাংবাদিকগৰাকীৰ প্ৰতি সন্মান জনাই আজি বকো চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ তিনি ঘণ্টা বন্ধ ৰাখে। বৃহত্তৰ  বকো অঞ্চলৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে প্ৰয়াত সাংবাদিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ  শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জনায়।

সমাজ আৰু সাহিত্য ক্ষেত্ৰলৈ যোগোৱা অৱদানৰ স্বীকৃতি হিচাপে বায়নক ‘কামৰূপ ৰত্ন’ আৰু ‘ৰাষ্ট্ৰভাষা গৌৰৱ’ সন্মান প্ৰদান কৰা হৈছিল।

Recent News

a amit

বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, পৰিচয় ৰক্ষা কৰিব বিজেপিয়ে: অমিত শ্বাহ

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd