• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঙিয়াত অনুষ্ঠিত চিপিআই(এম)ৰ কামৰূপ জিলা সমিতিৰ অধিবেশনত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 11:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শণিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াত চিপিআই(এম)ৰ কামৰূপ জিলা সমিতিৰ ২২ সংখ্যক অধিবেশন ৰঙিয়া ঈদগাহ ময়দামত অনুষ্ঠিত হয়। প্ৰায় ২৫০ জন প্ৰতিনিধি উপস্থিত থকা অধিবেশনৰ মুকলি সভাত সভাপতিত্ব কৰে বীৰেণ শৰ্মাই।  ভাষণ প্ৰসংগত দলৰ সম্পাদকমণ্ডলীৰ সদস্য তথা সাপ্তাহিক গণশক্তিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে নিৰ্বাচনৰ সময়ত ভাৰতবৰ্ষৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা ভাৰতীয় জনতা পাৰ্টী এটা নীতিহীন দল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলটো পৰিচালনা কৰাৰ বাবে যোগ্য ব্যক্তিৰ অভাব ঘটিছে। ইয়াৰ উপৰি অসম বিজেপিয়ে কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতিত লিপ্ত হোৱা নেতা সকলক দললৈ আনি গুৰু বিভাগৰ দায়িত্ব অৰ্পণ কৰাটো অতিকৈ লজ্জাজনক বুলি মন্তব্য কৰে।

মাৰ্ক্সবাদী নেতাজনে তেওঁৰ ভাষণৰ মাজেৰে আৰু কয় যে কোনো ৰাজনৈতিক দলে  ধৰ্মৰ নামত ৰাজনীতি কৰি শাসনৰ গাদীত নবহে। কিন্তু বিজেপি চৰকাৰখনে শাসনভাৰ দখল কৰাৰ পিছতে কংগ্ৰেছ দলৰ নিচিনাকৈ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোককলৈ কৰা ৰাজনীতিয়ে অসমক বাৰুকৈয়ে ক্ষতিগ্ৰস্থ কৰিব।

Apply Now

মুঠৰ ওপৰত সাম্প্ৰদায়িক বিষয়টো বাদ দিলে এই দুয়োটা দলে একে বুলি মাক্সবাদী নেতাজনে কয়। নিৰ্বাচনৰ আগত অসমৰ খিলঞ্জীয়া মানুহৰ নামত শপত খাই শৰাইঘাটৰ শেষ ৰণ আখ্যা দিয়া  অসমৰ জাতীয় নায়কে এতিয়া অসমৰ জনসাধাৰণৰ কথা, অসমৰ স্বাৰ্থ ৰক্ষাৰ কথা বাদ দি মোডীৰ আঙুলিৰ নিৰ্দেশত উঠা-বহা কৰা কাৰ্য অসমৰ জনসাধাৰণৰ বাবে এক বিপদজনক বিষয় বুলি তালুকদাৰে কয়।

সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি বীৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য্য, ৰাজ্যিক সমিতিৰ সম্পাদক মণ্ডলীৰ সদস্য টিকেন দাস উপস্থিত থাকে। তিনিওগৰাকী নেতাই ভাষণ প্ৰসংগত বিজেপি দলে অসমৰ জনসাধাৰণক প্ৰতাৰণা কৰাৰ বিষয়ে উল্লেখ কৰি দলটোৰ কাৰ্য্যপন্থাক তীব্ৰ ভাষাৰে সমালোচনা কৰে । ইফালে উক্ত মুকলি সভাৰ প্ৰাকমুহূৰ্তত ৰঙিয়া চহৰৰ মাজেৰে দলটোৰ প্ৰায় তিনি শতাধিক কৰ্মকৰ্তাই হাতে হাতে প্লে’কাৰ্ড-বেনাৰলৈ শোভাযাত্ৰা কৰে। এই শোভাযাত্ৰাতে দলটোৰ নেতা-কৰ্মীসকলে বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে নানা ধৰণে শ্লোগান দি ৰঙিয়া উত্তাল কৰি  তোলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd