• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

ৰবিবাৰৰ পৰা আৰম্ভ হ’ল ‘গান জ্ঞাই’ উৎসৱ

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , January 3, 2018 3:02 pm

1 min read

গান জ্ঞাই
68
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ অন্যতম ৰাজ্য মণিপুৰৰ জেলিয়ানগ্ৰঙ সম্প্ৰদায়ৰ লোকসকলে পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰে ‘গান জ্ঞাই’ নামৰ উৎসৱেৰে। সেইদৰে এই বছৰো ৰাজ্যখনৰ চুৰাচন্দপুৰ জিলাৰ ৰিয়াংজাঙ গাওঁত জাক জমকতাৰে ৰবিবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে উৎসৱটিৰ শুভাৰম্ভণি হয়। উল্লেখযোগ্য যে  প্ৰত্যেক বছৰে শস্য চপোৱাৰ পিছত বিশাল আয়োজনেৰে এই উৎসৱটি উদযাপন কৰা হয়।

বিভিন্ন নাচ গানৰ কাৰ্যসূচীৰ মাজেৰে তথা  লোকবিশ্বাস অনুসৰি সম্প্ৰদায়টোৰ মংগলৰ হকে পৱিত্ৰ অগ্নি শিখা জলাই শুভাৰম্ভণি কৰে উৎসৱটিৰ। পাৰ্বত্য অঞ্চল কমিটিৰ অধ্যক্ষ থাঙজলাম হাওকিপে উৎসৱটিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি জেলিয়ানগ্ৰঙ সম্প্ৰদায়ৰ লোকসকলক নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ উপৰি লোকসকলক শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়।

বিশাল সাংস্কৃতিক উৎসৱটিৰ অবিচ্ছেদ্য অংগ হিচাপে সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বিভিন্ন ধৰণৰ খেল ধেমালীৰ আয়োজন কৰা হয়। আনহাতে বিজয়ীসকলক স্থানীয় ভাবে তৈয়াৰী সাজপানীৰ লগতে মাংস প্ৰদান কৰা হয় বুলি আয়োজক সংস্থাই জানিবলৈ দিয়ে।

Recent News

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd