• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজহুৱা পথ বন্ধ কৰি স্থানীয় ৰাইজক হাৰাশাস্তি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 9:44 pm
অভিযান্ত্ৰিক
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মঙলবাৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সুৰামত্ত ছাত্ৰই জালুকবাৰীৰ এখন বিয়াত তাণ্ডৱ চলোৱাৰ পিছতে আজি পুনৰ স্থানীয় লোকে কৰা অভিযোগ মতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদৰ মাজেদি এটা পি ডব্লিউ দি পথটো মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰই অৱৰোধ কৰে।

প্ৰাপ্ত তথ্য মতে মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰই মহাবিদ্যালয়খনৰ চৌহদৰ মূল গেটখন বন্ধ কৰি দিয়ে য’ত সেই গেটখনে দি পি ডব্লিউ ডিৰ এটা পথ গৈছে। যাৰ ফলত স্থানীয় ৰাইজ বহু সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়। এম্বুলেন্স, স্কুল বাছকে ধৰি বহু যান বাহন মহাবিদ্যালয়খনৰ গেটখন পুনৰ খোলালৈকে বহু ঘণ্টা ধৰি আবদ্ধ হৈ থাকিব লগা হয়।

Apply Now

আনহাতে এগৰাকী মাতৃয়ে অসুস্থ পুত্ৰক চিকিৎসালয়লৈ নিয়াৰ পথতে এনেদৰে পথতে আবদ্ধ হৈ থাকিব লগা হোৱাত মাতৃ গৰাকীয়ে দুখ প্ৰকাশ কৰি কয় এনে ছাত্ৰক আৰক্ষীৰ হাতত গটাই দিয়াৰ সলনি ৰাইজৰ হাতত গটাই দিব লাগে যাতে তেওঁলোকক ৰাইজে ভালদেৰ শিক্ষা দিব পাৰে।

কিছু সময়ৰ পিছতে জালুকবাৰীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ বাবে পথ মুকলি কৰে আৰু দুজন ছাত্ৰক উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে যদিও পিছত মহাবিদ্যালয় কৰ্তৃপক্ষক চমজাই দিয়ে।

মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই জনোৱা মতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনিখন মুখ্য গেটৰে এখন গেট একাংশ ছাত্ৰই কোনো কাৰণত বন্ধ কৰি থৈছিল আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই দুজন ছাত্ৰক গেটখন খুলিবলৈ পঠাইছিল। তেনে সময়তে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উক্ত ছাত্ৰ দুজনকে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে।

ইফালে মঙলবাৰে জালুকবাৰীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সুৰামত্ত ছাত্ৰই চলোৱা তাণ্ডৱৰ ঘটনাৰ লগত জড়িত ৯ জন ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উক্ত ৯ অভিযুক্ত ছাত্ৰক আজি আদালতে ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে। জালুকবাৰীৰ বিবাহ অনুষ্ঠানত চলোৱা তাণ্ডৱৰ অপৰাধত গ্ৰেপ্তাৰ কৰা ৯ জন ছাত্ৰক আৰক্ষীৰ জিন্মাৰ অন্তত আজি আদালতত হাজিৰ কৰোৱা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm
ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd