• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত বানৰ তাণ্ডৱ : বাতিল কৰা হৈছে কেইবাখনো ৰে’লৰ চলাচল

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2018 11:12 am
train2
105
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত বাৰিষাৰ বানে তীব্ৰ ৰূপ ধাৰণ কৰিছে। বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাৰে কেইবাটাও স্থানত বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কিছুমান স্থানতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।

বানৰ এই সংহাৰী অৱস্থালৈ লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰিছে।

আগৰতলা-ধৰ্মনগৰ-আগৰতলা আৰু ধৰ্মনগৰ-আগৰতলা-ধৰ্মনগৰ যাত্ৰীবাহী ৰে’ল বাতিল কৰা হৈছে। একেদৰে শিলচৰ-আগৰতলা-শিলচৰ যাত্ৰীবাহী ৰে’ল দুখনো  বাতিল কৰা হৈছে। বাতিল কৰা হৈছে শিলচৰ-ধৰ্মনগৰ, ধৰ্মনগৰ–শিলচৰ, শিলচৰ–গুৱাহাটী যাত্ৰীবাহী ৰে’লৰ চলাচলো।

একেদৰে বেংগালুৰু কেণ্টনমেণ্ট-আগৰতলা হমছফৰ ৰে’লৰ যাত্ৰা গুৱাহাটীৰ কামাখ্যা ষ্টেচনতে সীমাবদ্ধ কৰা হৈছে।

শিলচৰ-ভৈৰৱী আৰু ভৈৰৱী-শিলচৰ ৰে’ল দুখনো বাতিল কৰা বুলি জনোৱা হৈছে। বল্লভচেৰা-শিলচৰ দ্ৰুতবেগী ৰে’লখনৰ যাত্ৰা সাময়িকভাৱে বাতিল কৰা বুলিও জনাইছে এন এফ ৰে’লৱে কৰ্তৃপক্ষই।

বাৰিষাৰ এই সময়ছোৱাত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বহু ঠাই প্লাৱিত হৈ পৰিছে আৰু জনসাধাৰণৰ জীৱন যাত্ৰা স্তব্ধ হৈ পৰাৰ লগতে যোগাযোগ ব্যৱস্থাও ব্যহত হৈ পৰিছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd