• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যিক বিজেপিয়েও সুঁৱৰিলে বিষ্ণুপ্ৰসাদ ৰাভাক : হেঙেৰাবাৰীৰ দলীয় কাৰ্য্যালয়ত বিষ্ণু ৰাভা দিৱস

মুকুট দাস by মুকুট দাস
June 20, 2018 1:56 pm
ৰাজ্যিক বিজেপিয়ে হেঙেৰাবাৰীত থকা দলীয় কাৰ্য্যালয়ত পতা বিষ্ণু ৰাভা দিৱসৰ দৃশ্য, ২০ জুন, ২০১৮ত।

ৰাজ্যিক বিজেপিয়ে হেঙেৰাবাৰীত থকা দলীয় কাৰ্য্যালয়ত পতা বিষ্ণু ৰাভা দিৱসৰ দৃশ্য, ২০ জুন, ২০১৮ত।

153
VIEWS
Share on FacebookShare on Twitter

আজি অসমৰ সমাজ-সংস্কৃতি-ৰাজনীতিৰ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। পূৰ্বৰ বছৰবোৰৰ দৰেই ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন দল-সংগঠনে আজি এই দিৱস উদযাপনেৰে কলাগুৰু, অসমৰ অন্যতম বিপ্লৱী সমাজবাদী ৰাভাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ৰাজ্যবাসীৰ লগতে আজি ৰাজ্যিক বিজেপিয়েও সমাজবাদত বিশ্বাসী বিষ্ণু ৰাভাক তেওঁলোকৰ হেঙেৰাবাৰীত থকা দলীয় কাৰ্য্যালয়ত স্মৰণ কৰে।

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ লগতে ৰাজ্যিক বিজেপিয়ে শিল্পী পুৰুষোত্তম দাসৰো ২৪তম মৃত্যু বাৰ্ষিকী পালন কৰে।

আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তেওঁ বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ অসমৰ ৰাইজক বৃহত্তৰ অসমীয় জাতি গঠন বৰঙনি যোগাবলৈ আৰু বিশ্বৰ দৰবাৰত অসমীয়া জাতিক দাঙি ধৰিবলৈ আহ্বান জনায়।

“আমি বিষ্ণু ৰাভা আৰু পুৰুষোত্তম দাসে দেখুৱাই যোৱা পথেৰে যাব লাগিব।” মুখ্য মন্ত্ৰীয়ে কয়। আনহাতে পুৰুষোত্তম দাসৰ গীতৰ প্ৰসংগেৰে মুখ্য মন্ত্ৰীয়ে কয়, “আমি কথাৰে নহয় কামেৰে পৰিচয় দিব লাগিব।”

মুখ্য মন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও বিষ্ণু প্ৰসাদ ৰাভা আৰু পুৰুষোত্তম দাসলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁলোকৰ উপৰি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাও উপস্থিত আছিল।

আনহাতে আজিৰ কাৰ্য্যসূচীটোত শিল্পী ৰত্ন ওজা আৰু পুৰুষোত্তম দাসৰ জীয়াৰী জোনালী দাসো উপস্থিত আছিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd