• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ আঞ্চলিক দলক একত্ৰিত হোৱাৰ আহ্বান অসম সংগ্ৰামী মঞ্চ-লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ

NE NOW NEWS অণিৰ্বান পাঠক
গুৱাহাটী , June 6, 2018 10:47 pm

2 min read

Press meet at ghy
91
VIEWS
Share on FacebookShare on Twitter

বিজেপি আৰু কংগ্ৰেছক বাদ দি ৰাজ্যৰ সৰু বৰ অসাম্প্ৰদায়িক আৰু ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলসমুহক সবল আঞ্চলিকতাবাদৰ ভেটি গঢ়ি তুলিবলৈ একেখন ৰাজনৈতিক মঞ্চতে হাতত হাত ধৰি থিয় দিবৰ বাবে অনুৰোধ জনায় অসম সংগ্ৰামী মঞ্চ আৰু লিবাৰেল ডেমক্ৰেটিক পাৰ্টি, অসমে।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দুয়োটা ৰাজনৈতিক দলে যৌথভাৱে এখন সংবাদমেল অনুষ্ঠিত কৰি এই আহ্বান জনাই লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ সভাপতি গুণ গগৈ, সাধাৰণ সম্পাদিকা জিন্তী গগৈ আৰু অসম সংগ্ৰামী মঞ্চৰ উপসভাপতি ইন্দ্ৰমোহন সৰকাৰ আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই।

ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ জটিল সন্ধিক্ষণত আঞ্চলিকতাবাদী শক্তিৰ একত্ৰিত হোৱাৰ প্ৰযোজনীয়তাৰ বিষয়ে মত পোষণ কৰে দুয়োটা ৰাজনৈতিক দলে।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ তীব্ৰ বিৰোধীতা কৰি বিধায়কখন সন্দৰ্ভত বাংলাদেশ চৰকাৰৰ লগত ভাৰত চৰকাৰৰ গোপন বুজাবুজি থকা বুলি দল দুটাই মন্তব্য কৰাৰ লগতে এই বুজাবুজি ৰাজহুৱা কৰাৰ দাবী জনায়।

গোপন বুজাবুজি নাথাকিলে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে এই বিধেয়কখন উত্থাপন কৰাৰ কি প্ৰয়োজন আছিল বুলিও দল দুটাই প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ উপৰি ৩০ জুনত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা ক’ব পৰা যাব বুলি বিজেপিৰ কেবাগৰাকী নেতা মন্ত্ৰীয়ে কৰা মন্তব্যৰ অন্তৰালত গভীৰ অভিসন্ধি লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰে লিবাৰেল ডেমক্ৰেটিক পাৰ্টি আৰু অসম সংগ্ৰামী মঞ্চৰ নেতৃত্বই।

বিজেপিৰ একাংশ নেতাৰ কিছুমান মন্তব্যই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি তেওঁলোকক তেনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ দল দুটাই সকীয়াই দিয়ে।

আজিৰ সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক লৈ সন্দেহ প্ৰকাশ কৰি ক্ষমতাৰ স্বাৰ্থত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ কংগ্ৰেছীৰ মাজত পুনৰ বিভাজন আহিব নে সংসদৰ আগন্তুক অধিবেশনত এই স্থিতি বাহাল ৰাখিব পাৰিব বুলি তেওঁলোকে প্ৰশ্ন কৰে। লগতে চৰকাৰৰ মিত্ৰদল অগপকো এই বিধেয়কৰ বিৰোধিতা কৰি চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰৰ কৰিবলৈ তেওঁলোকে দাবী জনায়।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd