DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ঐতিহ্য ক্ষেত্ৰসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানক লীজত দিয়াৰ বিৰোধিতাৰে বোকাখাতত কংগ্ৰেছৰ গণ স্বাক্ষৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 3, 2018 10:20 pm
IMG_20180503_160746
80
VIEWS
Share on FacebookShare on Twitter

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ লগতে ৰাজ্যৰ অনান্য ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ বহু জাতিক কোম্পানীক লীজত দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বৃহস্পতিবাৰৰ দিনা বোকাখাত নগৰত কংগ্ৰেছ দলৰ কৰ্মীয়ে এক গণ স্বাক্ষৰ সংগ্ৰহ অভিযান চলায় ৷

বোকাখাত ব্লক কংগ্ৰেছৰ উদ্যোগত চলোৱা এই অভিযানত কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ,  অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক দাদু টায়, পৰাগ শইকীয়া,  ব্লক কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিপুল দাস, সাধাৰণ সম্পাদক লক্ষী প্ৰসাদ শইকীয়া,  সম্পাদক ভাস্কৰ কালিন্দি,  জুৰি দাস,  মামনি দলে আদি উপস্থিত থাকে ৷

অভিযান কালত জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণ প্ৰসঙ্গত সাংসদ গৌৰৱ গগৈয়ে শাসনাধিস্থ বি জে পি দল আৰু মিত্ৰজোঁটৰ অসম গন পৰিষদ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ জাতি মাটি ভেটিৰ কথা কৈ বিজেপি দলে অসমৰ ৰাইজক বিশ্বাসঘাটকতা কৰিছে বুলি তেওঁ তাৎপৰ্যমূলক মন্তব্য কৰে ৷

IMG_20180503_160436

সাংসদগৰাকীয়ে কয় যে মন্ত্ৰীত্ব নোপাৱাৰ বাবে অসম বন্ধ দিয়া বিজেপি দলে আজি অসমৰ কীৰ্তিচিহ্ন বোৰক বন্ধকত দিবলৈ ওলাইছে ৷ অসমৰ মৰ্যাদা হানি হোৱা সিদ্ধান্তৰ বিৰুদ্ধে এই সকল বিজেপি নেতাই মাত নেমাতে কিয় ?  এতিয়া কিয় অসম বন্ধ নিদিয়ে বুলিও সাংসদ গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰে ৷

আনহাতে কংগ্ৰেছৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই বোকাখাতৰ বিভিন্ন লোকৰ লগতে বিশেষভাৱে সক্ষম লোকেও এই গণ স্বাক্ষৰ অভিযানৰ প্ৰতি সমৰ্থন জনাই স্বাক্ষৰ প্ৰদান কৰে ৷

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd