• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ প্ৰথমটো বানত প্লাৱিত বোকাখাত : কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , June 13, 2018 12:11 pm

1 min read

IMG_20180613_085842
72
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ প্ৰথমটো বানত প্লাৱিত হ’ল বোকাখাত। এটা নিশা হোৱা নেৰা নেপেৰা বৰষুণৰ ফলতেই ডিফলু নদীৰ ধলে বুৰাই পেলাইছে বোকাখাতৰ বিস্তীৰ্ণ অঞ্চল৷ কাৰ্বি পাহাৰৰ পৰা ডিফলু নদীৰে নামি অহা ধলে বোকাখাতৰ লতাবাৰীৰ বিভিন্ন অঞ্চলৰ লগতে প্লাৱিত কৰিছে ৩৭ নং ৰাষ্ট্ৰীয় পথ।

লতাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ প্ৰায় ৭০০ মিটাৰ ওপৰেদি তীব্ৰ বেগত পাৰ হৈছে পানী৷ এই বাঢ়নি পানীৰ ফলত স্তব্ধ হৈ পৰিছে উজনি-নামনিৰ যাতায়ত ব্যৱস্থা৷

ইফালে কাৰ্বি পাহাৰৰ পৰা নামি অহা ধলে শিলজুৰি ,কাকজুৰি,পানবাৰী আদি স্থানত পথাৰৰ পকা ধানো বুৰাই পেলোৱা বুলি জানিব পৰা গৈছে ৷ অঞ্চলটোত ধলৰ লগত নামি অহা শিল-বালি আৰু মাটিয়ে পুতি পেলাইছে বিস্তীৰ্ণ অঞ্চল৷

বোকাখাতৰ মহকুমা প্ৰশাসনে আৰক্ষী আৰু এছ ডি আৰ এফৰ সহযোগত ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ এই বৰ্ষৰ প্ৰথমটো বানে বিধ্বস্ত কৰা বোকাখাতৰ স্থানীয় লোকে ডিফলু নদীৰ এনে ৰূপ আগতে কেতিয়াও দেখা নাই বুলি মন্তব্য কৰে।

উল্লেখ্য যে কাৰ্বি পাহাৰত চলি থকা অবৈধ আৰু অপৰিকল্পিত অবাধ শিল খননৰ ফলতেই এনেধৰণৰ ভয়ঙ্কৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে৷

আনহাতে ডিফলুৰ উপৰি কাৰ্বি পাহাৰৰ পৰা নামি অহা কহঁৰা নদীৰ ধলেও কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে ৷ যাৰ ফলত এতিয়া কাজিৰঙাৰ বন্যপ্ৰাণী সমূহলৈ অশানি সংকেত নামি আহিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd