DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ নিৰ্দেশত বিদ্যালয় সংযুক্তকৰণৰ বিৰোধিতা এএছডিচিৰ

নংগে টেৰাং by নংগে টেৰাং
June 8, 2018 8:25 pm
ASDC
103
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে কাৰ্বি আংলং স্বায়ত্ব শাষিত পৰিষদৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়সমূহ সংযুক্তকৰণৰ বাবে প্ৰেৰণ কৰা নিৰ্দেশৰ  ঘোৰ বিৰোধিতা কৰিছে কাৰ্বি আংলঙৰ স্বায়ত্ত শাসিত ৰাজ্য দাবী কমিটীয়ে। অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয় আৰু অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিবৰ দ্বাৰা প্ৰেৰণ কৰা পিএমএ ৭১৭/২০১৬/২০১৮ তাৰিখ ১০/০১/২০১৮ নং বেতাঁৰ টেলিগ্ৰাফ নিৰ্দেশযোগে প্ৰাথমিক বিদ্যালয়সূহ সংযুক্ত কৰণৰ নিৰ্দেশ জাৰী কৰা হৈছিল।

সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলং বিজেপি শাসিত স্বায়ত্ত শাসিত পৰিষদে গ্ৰহণ কৰা ০৪/০৬/২০২০১৮ৰ কেএএচি/পিইডি/পিটি-/স্কুল সংযুক্তকৰণ/২০১৭-২০১৮ জাননীৰো স্বায়ত্ব শাসিত ৰাজ্য দাবী কমিটীয়ে ঘোৰ বিৰোধিতা কৰিছে।

স্বায়ত্ত শাসিত ৰাজ্য দাবী কমিটীয়ে অভিযোগ কৰিছে যে  কাৰ্বি আংলঙৰ অনগ্ৰসৰ এলেকাসমূহক শিক্ষাৰ পৰা বঞ্চিত কৰিবলৈ বিজেপি চৰকাৰে এয়া এটা সচেতন পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষা আৰু যোগাযোগৰ ক্ষেত্ৰত অত্যন্ত পিছপৰা কাৰ্বি আংলঙৰ পাহাৰীয়া জিলাত থকা প্ৰাথমিক বিদ্যালয়সমূহ সংযুক্ত কৰিবলৈ দিয়া নিৰ্দেশ ভুল আৰু যুক্তিহীন বুলি দাবী কৰে কমিটীয়ে।

অসম চৰকাৰৰ নিৰ্দেশমৰ্মে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে প্ৰাথমিক বিদ্যালয়মূহ সংযুক্ত কৰিবলৈ দিয়া নিৰ্দেশ অবিলম্বে প্ৰত্যাহাৰ কৰাটো বিচাৰিছে স্বায়ত্ত শাসিত ৰাজ্য দাবী কমিটীয়ে।

Recent News

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd