• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱাসকলে কোনো মৌলিক অধিকাৰ লাভ নকৰে : মুখ্যমন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 9:07 am
sarbananda sonowal assam cm

সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবৈধ বাংলাদেশীলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে কৈছে যে তেওঁৰ চৰকাৰে এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰাসকলক কোনোধৰণৰ সাংবিধানিক অধিকাৰ প্ৰদান নকৰে। আনহাতে, তেওঁলোকক কেন্দ্ৰই বহিস্কাৰৰ সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত মানবীয়তাৰ খাতিৰত ভাৰতত থাকিবলৈ দিয়া হ’ব। ৰাষ্ট্ৰীয় দৈনিক কাকত টাইমছ অফ ইণ্ডিয়াৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

৩.২৯ কোটি লোকৰ আৱেদনৰ ভিতৰত ১.৯ কোটি লোকৰ নাম সন্নিৱিষ্ট হোৱা এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ ৪৮ ঘন্টাৰ পিছতে সোণোৱালৰ এই বাৰ্তা তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই বছৰৰ ভিতৰতে এনআৰচিৰ কাম সম্পূৰ্ণ হৈ উঠিব। ২০১৬ চনৰ জুন মাহত ৰাজ্যখনত বিজেপিৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সোণোৱালে প্ৰথমতে গুৱাহাটীৰ এনআৰচিৰ সমন্বয়কৰ কাৰ্যালয়ত উপস্থিত হৈছিল।

Apply Now

টাইমছ অফ ইণ্ডিয়াৰ এক সাক্ষাৎকাৰত সোমোৱালে কৈছে, ‘’ বিদেশী বুলি চিনাক্ত হোৱা লোকসকলে মৌলিক আৰু নিৰ্বাচনী অধিকাৰকে ধৰি সকলো ধৰণৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হ’ব। তেওঁলোকে একমাত্ৰ ৰাষ্ট্ৰসংঘই নিৰ্দ্ধাৰিত কৰা মানৱ অধিকাৰৰ আওতাত খাদ্য, বস্ত্ৰ আৰু বসবাসৰ অধিকাৰ লাভ কৰিব।‘’ সোণোৱালে লগতে কয় যে ‘ঐতিহাসিক’ এনআৰচি খচৰাই এগৰাকী ভাৰতীয় নাগৰিক আৰু এগৰাকী বিদেশী নাগৰিকৰ মাজত পাৰ্থক্য আনি দিব।

‘’ প্ৰথমখন এআৰচি খচৰাত মুঠ আৱেদনকাৰীৰ প্ৰায় ৪০ শতাংশ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। দ্বিতীয়খন খচৰাৰ বাবে নিৰীক্ষণৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব। এবাৰ এই পৰ্যায় সমাপ্ত হোৱাৰ পিছত যিসকলে এনআৰচিত নাম বিচাৰি নাপায় তেওঁলোকে ভাৰতীয় নাগৰিক হিচাপে দাবী প্ৰতিষ্ঠা কৰিবলৈ ন্যায়িক প্ৰক্ৰিয়াৰ সহায় ল’ব পাৰিব। তেওঁলোকে এনআৰচিৰ প্ৰক্ৰিয়াৰ বাবে প্ৰাসংগিক নথি দাখিল কৰিব লাগিব,’২-তেওঁ কয়।

ভাৰত আৰু বাংলাদেশৰ মাজত কোনো প্ৰত্যৰ্পন চুক্তি নথকা সম্পৰ্কে তেওঁ অৱগত বুলি জনাই কয়, ‘’ প্ৰত্যৰ্পনৰ বিষয়টো পিছৰ পৰ্যায়ত আহিব। প্ৰথমতে, আমাৰ উদ্দেশ্যটো হৈছ্ বিদেশী চিনাক্ত কৰি উলিওৱা। তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেইটো  পৰৱৰ্তী পৰ্যায়ত আহিব। তেওঁ লগতে কয় যে এনআৰচিয়ে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন যাত্ৰা স্থায়ীভাৱে সলনি কৰিব।

‘’প্ৰায় ৪০ বছৰ ধৰি আমাৰ জনসাধাৰণে বিভ্ৰান্তি আৰু অনিশ্চয়তাৰ মাজত বাস কৰি আছে। এনআৰচিয়ে ইয়াৰ অৱসান ঘটাব। সকলোৰে বাবে এয়া এক বিজয়ৰ ক্ষণ। কোনোৱে কাৰো নাগৰিকত্বকলৈ প্ৰশ্ন কৰিব নোৱাৰিব।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd