• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় পথত বাগৰিল চিলিণ্ডাৰভৰ্তি ট্ৰাক

NE NOW NEWS এন ই নাও নিউজ
টংলা , December 19, 2017 9:44 pm

1 min read

ৰাষ্ট্ৰীয় পথত বাগৰিল চিলিণ্ডাৰভৰ্তি ট্ৰাক
146
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ ওচৰত ১৫ নং ৰাষ্ট্ৰীয় পথত থকা ধনশিৰি নদীৰ দলঙত আজি এক দুৰ্ঘটনাত পতিত হয় এখন চিলিণ্ডাৰভৰ্তি ট্ৰাক (NL 03A-3608)। দুৰ্ঘটনাৰ ফলত ট্ৰাকখন চিলিণ্ডাৰৰ সৈতে দলঙৰ ওপৰতে বাগৰি পৰে। দুৰ্ঘটনাটোত ট্ৰাকখনৰ এজন হেণ্ডিমেন গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্ঘটনাৰ ফলত ট্ৰাকখন দলঙৰ ওপৰতে বাগৰি পৰাত ঠাইখনত তীব্ৰ যানজঁটৰ সৃষ্টি হয় আৰু ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ প্ৰায় অচলাৱস্থাৰ সৃষ্টি হয়। দুৰ্ঘটনাৰ পিছতে ৰৌতা আৰু ওৰাং আৰক্ষী ঘটনাস্থলীলৈ ততাতৈয়াকৈ যায় আৰু তৎপৰতাৰে ক্ৰেইন আনি পথ মুকলি কৰাত যানজঁট আঁতৰে।

আৰক্ষীয়ে জনোৱা মতে ট্ৰাকখন এটা বেচৰকাৰী গেছ এজেন্সিৰ পৰা আহিছিল আৰু বাণিজ্যিক চিলিণ্ডাৰ লৈ আহিছিল, যিবোৰ হোটেল আৰু ৰেষ্টুৰেণ্টত দিয়াৰ কথা আছিল।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd