• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় মিক্সড বক্সিঙত স্বৰ্ণ পদকেৰে জিলিকিল অসম সন্তান

NE NOW NEWS আছিফ ইছলাম
শিমলুগুৰি , December 25, 2017 9:58 pm

1 min read

ৰাষ্ট্ৰীয় মিক্সড বক্সিঙত স্বৰ্ণ পদকেৰে জিলিকিল অসম সন্তান
91
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৩ ডিচেম্বৰৰ পৰা পঞ্জাৱৰ অমৃতসৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মিক্সড বক্সিং প্ৰতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰা শিৱসাগৰ জিলাৰ লাকুৱা জাতীয় বিদ্যালয়ৰ দুগৰাকী খেলুৱৈ সোণৰ পদক লাভ কৰিছে। জানিব পৰা মতে লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱৰ  হেমন্ত ৰাজকোঁৱৰ আৰু মৌচুমী ৰাজকুঁৱৰীৰ কন্যা নিকি ৰাজকুমাৰীয়ে যথেষ্ট পৰিশ্ৰম কৰি অনুশীলন অব্যাহত ৰাখিছিল যাৰ ফলত খেলৰ প্ৰথম ৰাউণ্ডৰ পৰাই প্ৰতিদ্বন্দীক সহজেই পৰাস্ত কৰি তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক চুড়ান্ত খেলখনত মহাৰাষ্ট্ৰৰ প্ৰতিদ্বন্দ্বীক ধাৰাসায়ী কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে লাকুৱা টিপমীয়া গাঁৱৰ নিৱাসী ৰঞ্জন দেওঘৰীয়াৰ পুত্ৰ অভিনন্দন দেওঘৰীয়াই বহু পৰিশ্ৰমৰ মাজেৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে নিকি ৰাজকুমাৰী অষ্টম শ্ৰেণী আৰু অভিনন্দন দেওঘৰীয়া নৱম শ্ৰেণীত  লাকুৱা জাতীয় বিদ্যালয়ত অধ্যয়নৰত বুলি জানিব পৰা গৈছে। বিদ্যালয়ৰ তৰফৰ পৰা দুয়োগৰাকী ছাত্ৰ – ছাত্ৰীলৈ  অভিনন্দন জনোৱাৰ লগতে ৰাজ্যবাসীৰ পৰা আৰ্শীবাদ কামনা কৰিছে যে আগন্তুক দিনত অসমৰ লগতে ভাৰতৰ নাম বিশ্বৰ বুকুত জিলিকাব পাৰে।

 

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd