DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰে’ল সুৰক্ষাৰ বাবে নতুন ৱে’বছাইট মুকলি : নাম গোপনে ৰাখি অসুবিধা জনাব পাৰিব মুখ্য নিৰাপত্তা বিষয়াক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 5:30 pm
ৰে’ল সুৰক্ষাৰ বাবে নতুন ৱে’বছাইট মুকলি : নাম গোপনে ৰাখি অসুবিধা জনাব পাৰিব মুখ্য নিৰাপত্তা বিষয়াক
87
VIEWS
Share on FacebookShare on Twitter

ৰে’লত সন্মুখীন যিকোনো অসুবিধা বা সুৰক্ষাজনিত যিকোনো শংকা এতিয়াৰে পৰা ৰে’ল মুখ্য নিৰাপত্তা বিষয়াক নিজৰ নাম নজনোৱাকৈ আৰু গোপনে জনাব পৰা হ’ব।

ৰে’ল মন্ত্ৰ্যালয়ে যাত্ৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ছিমছ (Safety Information Management System) নামৰ এক ৱে’বভিত্তিক সুবিধা বিকাশ কৰিছে।

এই ৱে’বছাইটটো বিকাশৰ ক্ষেত্ৰত ‘প্ৰথমে সুৰক্ষা’ কথাটোত জোৰ দিয়া হৈছে বুলি ৰে’ল মন্ত্ৰ্যালয়ে জনাইছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই এক প্ৰেছ বিবৃতিত জনায়, ‘এই প্ৰচেষ্টাটোৰ অংশ হিচাপে কৰ্মচাৰীসকলক যিকোনো বিপদজনক কাৰ্য্যকলাপ বা ঘটনা স্বেচ্ছাই জনোৱাৰ বাবে উৎসাহিত আৰু পুৰস্কৃত কৰা হ’ব। সুৰক্ষাজনিত অসুবিধা, শংকা, সম্ভাব্য বিপজ্জনক অৱস্থা, অসুৰক্ষিত কাৰ্য্যকলাপ আৰু অনিচ্ছাকৃত যিকোনো ভুল-ভ্ৰান্তি স্বেচ্ছাই জনোৱাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ বাবে প্ৰয়োজনীয় গোপনীয়তা ৰক্ষা কৰা হ’ব। যিকোনো অসুবিধাৰ কথা জনাওঁতে ছবি আৰু তথ্যও সংযোগ কৰিব পৰা যাব।’

ৰে’ল দুৰ্ঘটনা সম্পৰ্কীয় যিকোনো তথ্যপাতিও এই ৱে’বছাইটৰ যোগেদি পাব পৰা হ’ব।

Recent News

Hiren Gohain

বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

Dog Helps Monkey

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd