• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেৱতী ফুকনক কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই অপহৰণ কৰা নাই : অৰবিন্দ ৰাজখোৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 6:50 am
Reboti Phukan

নিৰুদ্দিষ্ট হৈ থকা ৰেৱতী ফুকন ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফাৰ সৈতে চৰকাৰৰ শান্তি আলোচনাৰ প্ৰথমটো প্ৰয়াসৰ সময়ত গঠিত পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছে যদিও আজি পৰ্য্যন্ত বিশিষ্ট নাগৰিকজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই চৰকাৰ তথা আৰক্ষীয়ে। বহুতে ফুকনক ৰাজনৈতিক কাৰণত অপহৰণ কৰা হৈছে বুলি সন্দেহ ব্যক্ত কৰি আহিছে। আনকি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও ৰেৱতী ফুকন সন্দৰ্ভত এনে সন্দেহ ৰাজহুৱাকৈ ব্যক্ত কৰিছিল। সন্দেহৰ আঙুলি উঠিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাবোৰৰ প্ৰতিও।

কিন্তু যোৱা সোমবাৰে আলোচনাপন্থী আলফাৰ এটা প্ৰতিনিধি দল আলফা-কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনাৰ অংশ স্বৰূপে হোৱা বৈঠকত বহিছিল, য’ত শান্তি আলোচনাটোৰ মধ্যস্থতাকাৰী এ বি মাথুৰ, কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ যুটীয়া সচিব আৰু আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰীয়ে অংশগ্ৰহণ কৰিছিল।

Apply Now

অৰবিন্দ ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত জনোৱামতে, বৈঠকত শান্তি আলোচনাৰ মূল বিষয় দাবী চনদৰ ওপৰত আলোচনা হোৱাৰ লগতে সন্ধানহীন ৰেৱতী ফুকনৰ প্ৰসংগটোও আলোচনা কৰা হৈছিল।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিকেইজনে এইটো নিশ্চিত কৰিছে যে বহুতে সন্দেহ কৰাৰ দৰে ফুকনক কেন্দ্ৰীয় চৰকাৰৰ চোৰাংচোৱাই অপহৰণ কৰা নাই।

উল্লেখযোগ্য যে সন্ত্ৰাসবাদ জৰ্জৰিত উত্তৰ-পূবত কেন্দ্ৰীয় চোৰাংচোৱাৰ সক্ৰিয়তা আৰু অতীতত চলি অহা ব্যাপক গুপ্তহত্যাত কেন্দ্ৰীয় চৰকাৰৰ চোৰাংচোৱা সংস্থাবোৰৰ ভূমিকাক সকলোৱে সন্দেহৰ চকুৰে চাই আহিছে। এইবোৰত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাবোৰৰ ভূমিকা থকাটো এটা প্ৰায় সকলো জনা গুপ্তসত্য (অপেন ছিক্ৰেট)।

আনহাতে ৰেৱতী ফুকনৰ পুতেক কৌশিক ফুকনেও সংবাদ মাধ্যমৰ আগত পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা কৰি থকা বাবে তেওঁৰ দেউতাকক ৰাজনৈতিক কাৰণত অপহৰণ কৰা হৈছে বুলি মুকলিকৈ সন্দেহ ব্যক্ত কৰিছিল।

আলফা (স্বাঃ) সেনাধ্যক্ষ পৰেশ বৰুৱায়ো ফুকনক অপহৰণ কৰা বুলি সন্দেহ ব্যক্ত কৰি সংবাদ মাধ্যমলৈ নিজৰ মত প্ৰেৰণ কৰিছিল।

এইবোৰৰ লগতে আলোচনা পন্থী আলফাৰ দ্বাৰাই চৰকাৰৰ সহযোগত ৰেৱতী ফুকনক অপহৰণ কৰা হৈছে বুলিও গুজৱ ওলাইছিল, যিটো অৰবিন্দ ৰোজখোৱাই অস্বীকাৰ কৰিছিল।

কিন্তু অৰবিন্দ ৰাজখোৱাই এই কথাটোত কেন্দ্ৰীয় চোৰাংচোৱাৰ দ্বাৰা এনে কৰা হোৱা নাই বুলি দিয়া স্পষ্টীকৰণে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd