• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ স্মাৰ্ট চিটি মিশ্যনৰ অন্তর্ভুক্ত হ’ল উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শ্বিলং চহৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2018 9:21 pm
smart city shillong
168
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘ সময়ৰ প্ৰতীক্ষাৰ অন্তত অৱশেষত শ্বিলং ভাৰতৰ ১০০খন স্মাৰ্ট চিটিৰ অন্তৰ্ভুক্ত হোৱাৰ বাট মুকলি হৈছে। মেঘালয় চৰকাৰৰ দ্বাৰা প্ৰদান কৰা এটা প্ৰস্তাৱক এপেক্স কমিটি ফ’ৰ স্মাৰ্ট চিটিজৰ এখন আলোচনাচক্ৰত শ্বিলঙক  স্মাৰ্ট চিটি মিশ্যনৰ অন্তৰ্ভুক্ত কৰা হৈছে।

আজি নতুন দিল্লীত অনুষ্ঠিত এখন সভাত মেঘালয়ৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ৰাজ্যখনৰ নগৰ পৰিক্ৰমা সচিব ই খাৰমালকিয়ে।

উল্লেখ্য যে স্মাৰ্ট চিটিৰ অন্তৰ্গত শ্বিলং শেহতীয়া নগৰেই নহয়, শ্বিলং হৈছে স্মাৰ্ট চিটিৰ অন্তৰ্গত ১০০ সংখ্যক নগৰ।

পূৰ্বে স্মাৰ্ট চিটি মিশ্যনৰ অন্তৰ্গত ৯৯খন নগৰক ৪ ৰাউণ্ড প্ৰতিযোগিতাৰ পৰা বাচনি কৰা হৈছিল। ২০খন নগৰক ২০১৬ৰ জানুৱাৰিত বাচনি কৰা হৈছিল আৰু ১৩খন নগৰক একেই বছৰৰ মে’ মাহত বৈআচনি কৰা হৈছিল।

আন ২৭খন নগৰ ছেপ্টেম্বৰত আৰু ৩০খনক ২০১৭ৰ জুনত আৰু ৯খনক ২০১৬ৰ জানুৱাৰিত বাচনি কৰা হৈছিল। শ্বিলঙৰ সৈতে স্মাৰ্ট চিটি মিশ্যনৰ অন্তৰ্গত ১০০খন নগৰৰ তালিকাখন সম্পূৰ্ণ হৈছে।

বৰ্তমান ১০০খন স্মাৰ্ট চিটিৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ হৈছে ২,০৫,০১৮ কোটি টকা।

শ্বিলঙক স্মাৰ্ট চিটিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্যখনৰ নগৰ পৰিক্ৰমা মন্ত্ৰী হেমলেটছন ডহলিঙে কেন্দ্ৰ চৰকাৰক ধন্যবাদ জনায়।

স্মাৰ্ট চিটিৰ অন্তৰ্গত কেইটামান প্ৰকল্পৰ বিষয়ে জানিব বিচৰাত ডহলিঙে কয় যে সৌৰ লাইট, অত্যন্ত প্ৰদূষিত হৈ পৰা উমখ্ৰা নদীৰ পুনঃঅভিযান্ত্ৰিকীকৰণ, পাৰ্কিং স্থান স্কাই-ৱাক নিৰ্মাণ, লাইটুমখ্ৰাত বজাৰ নিৰ্মাণ, সমগ্ৰ শ্বিলঙতে বিনামূলীয়া ৱাইফাইৰ ব্যৱস্থা কৰা ইত্যাদি।

স্মাৰ্ট চিটি প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে কেনেদৰে সমলসমূহৰ উপযোগ কৰা হ’ব তাৰ উত্তৰত ডহলিঙে কয় যে এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় পুঁজিৰ সম্পৰ্কে পৰৱৰ্তী সময়ত আলোচনা কৰা হ’ব। কিন্তু বিকাশৰ সৈতে জড়িত স্মাৰ্ট চিটিৰ ধাৰণাটো বাস্তৱায়িত কৰা হ’বই।

Recent News

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd