• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্ধবিশ্বাসে ছানিছে ৰাজ্যক : কাৰ্বি আংলঙৰ পিছত বিশ্বনাথত অন্ধবিশ্বাসৰ বলি হ’ল আন এজন

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 9, 2018 6:05 pm
person murdered at biswanath
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত এতিয়া অন্ধবিশ্বাসৰ সন্ত্ৰাস চলিছে। শুকুৰবাৰে নিশা কাৰ্বি আলঙত অন্ধবিশ্বাসৰ ফলত সোপাধৰাৰ নামত দুজনকৈ নিৰীহ অসমীয়া যুৱকে প্ৰাণ হেৰুৱাব লগীয়া ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই বিশ্বনাথত অন্ধবিশ্বাসৰ ফলত আন এক জঘন্য হত্যাকাণ্ডৰ সংঘটিত হ’ল।

এইবাৰ অন্ধবিশ্বাসৰ বলি হৈ প্ৰাণ হেৰুৱাব লগীয়া হল এগৰাকী বৃদ্ধ। ডাইনীৰ সন্দেহতে নিশা গাওঁবাসীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধ জনক। উল্লেখযোগ্য যে শিক্ষিত যুৱক-যুৱতীৰে পৰিপূৰ্ণ তথা হস্পিতাল, শিক্ষানুষ্ঠান আদি থকাৰ পিছতো অন্ধবিশ্বাসৰ কবলৰ পৰা সাৰি নগ’ল বিশ্বনাথৰ এই গাওঁখন।

Apply Now

ঘটনাৰ বিৱৰণি মতে, অসম অৰুণাচল সীমান্তৰ ধূলি আৰক্ষী চকীৰ অন্তৰ্গত ১নং খেৰবাৰীত ডাইনীৰ সন্দেহত খেলান চেঙনাৰ (৬৫) নামৰ লোকজনক গাওঁবাসীয়ে শুই থকা অৱস্থাত বিছনাৰ পৰা চোঁচোৰাই আনি মৰিয়াই মৰিয়াই নৃশংসভাবে হত্যা কৰি নিজ চোতালত পেলাই থৈ যায়।

প্ৰাপ্ত তথ্য মতে গাওঁবাসীয়ে এজন ভণ্ড পূজাৰীৰ নিৰ্দেশতে এই হত্যাকাণ্ড চলাইছিল। চামিৰ টেৰন নামৰ ভণ্ড পূজাৰীজনে গাওঁবাসীক ভীত্তিগ্ৰস্ত কৰি খেলানৰ গাত ডাইনী আছে বুলি জনাই আৰু ইয়াৰ বাবেই গাওঁখনত বিভিন্ন অপায় অমংগল সংঘটিত হৈ আছে বুলি কয়। যাৰ ফলত চামিৰৰ নেতৃত্বত প্ৰায় পঞ্চাছ জনীয়া দল এটাই খেলানৰ ঘৰত প্ৰৱেশ কৰি এই জঘন্য হত্যাকাণ্ডটো সংঘটিত কৰে।

কেৱল খেলান চেঙনাই নহয়, তেওঁৰ পত্নী কালন ৰংপী আৰু খুলশালী কাজীৰ ৰংপীকো ডাইনীৰ সন্দেহত গাওঁবাসীয়ে হত্যা কৰাৰ প্ৰচেষ্টা চলাইছিল অৱশ্যে তেওঁলোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে পুৱা বিশ্বনাথ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে প্ৰশাসনৰ লোক আহি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু এই ঘটনাৰ মূল খলনায়ক চামিৰ টেৰন সহ ৯ জন লোকল আটক কৰি বিশ্বনাথ আৰক্ষী থানালৈ লৈ যায়।

আৰক্ষীয়ে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে আৰু গাওঁখনত নিৰাপত্তা ব্যৱস্থা কটকটিয়া কৰি তুলিছে। ইফালে এই ঘটনাৰ পিছতে গাঁওখনত এক নিমাও মাও পৰিবেশে বিৰাজ কৰাৰ লগতে গাঁওখনৰ প্ৰায়ভাগ পুৰুষে গাঁও এৰি পলায়ন কৰিবলৈ ধৰিছে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd