• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ বাংলাদেশী প্ৰব্ৰজন প্ৰতিৰোধৰ বাবে সীমান্ত সুৰক্ষা বাহিনীয়ে নদীপথত গঢ়ি তুলিব নিৰীক্ষণ ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2018 4:33 pm
প্রতিনিধিত্বমূলক ফটো

প্রতিনিধিত্বমূলক ফটো

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবৈধ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনৰ ফলত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে সমগ্ৰ দেশৰ বাবে সৃষ্টি হোৱা সংস্যাটোৰ মোকাৱিলা কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীয়ে পোন প্ৰথমবাৰৰ বাবে ভাৰত-বাংলা নদী সীমান্তত নিৰীক্ষণ ব্যৱস্থা গঢ়ি তুলিবলৈ সাজু হৈছে। বৰ্তমান অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ বিষয়টোত দৃষ্টি ৰাখি সীমান্ত সুৰক্ষা বাহিনীয়ে ১,১১৬ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-বাংলা নদীপথ সীমান্তত নিছিদ্ৰ নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ পদক্ষেপ হাতত লৈছে।

চৰকাৰে অবৈধ বাংলাদেশী প্ৰব্ৰজন ৰোধ কৰাৰ বাবে সৰ্বোতোপ্ৰকাৰে প্ৰয়াস কৰি অহাৰ উপৰি শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সহায়ত এইক্ষেত্ৰত এক ব্যাপক প্ৰচেষ্টা হাতত লৈছে। উল্লেখযোগ্য যে এই নাগৰিকপঞ্জী উন্নীতকৰণ সমগ্ৰ প্ৰক্ৰিয়াটো চোৱা চিতা কৰিছে উচ্চতম ন্যায়ালয়ে।

Apply Now

আনহাতে, সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্ত অঞ্চলৰ নদীৰ আভ্যন্তৰীণ জলপথ ব্যৱহাৰ কৰি মানৱ সৰৱৰাহকাৰীসকলে অবৈধ প্ৰব্ৰজনকাৰীসকলক সীমান্ত পাৰ কৰি দিয়াৰ কাৰবাৰটো ধৰা পেলাবলৈ ৰিম’ট পৰিচালনাৰে পানীৰ তলেৰে চলা গাড়ী ব্যৱহাৰ কৰিব।

বাংলাদেশ সীমান্তত কৰ্মৰত এগৰাকী বিএছএফৰ বিষয়াই জানিবলৈ দিয়া মতে সীমান্ত অঞ্চলত এনে বহু ধৰণৰ সমস্যাপূৰ্ণ স্থান আছে য’ত বাস্তৱিকতে কাঁটাতাঁৰৰ বেৰ দিয়া সম্ভৱ নহয়। এই অঞ্চলবোৰত প্ৰযুক্তিৰ সহায় লোৱা হ’ব। পানীৰ তলেৰে যোৱা ৰিম’ট পৰিচালিত গাড়ী আৰু হাইড্ৰ’ফোনৰ ব্যৱহাৰৰ জৰিয়তে অবৈধ প্ৰব্ৰজনকাৰীৰ ৰাস্তা সমূলি বন্ধ কৰিব পৰা যাব। এই ব্যৱস্থাসমূহ শীঘ্ৰে ৰূপায়ন কৰা হ’ব বুলিও বিষয়া গৰাকীয়ে জানিব দিয়ে।

ভাৰত আৰু বাংলাদেশৰ মাজত মুঠতে ২,৯৭৯ কিলোমিটাৰ ভূমি সীমান্ত আৰু ১,১১৬ কিলোমিটাৰ নদী সীমান্ত আছে। ব্ৰহ্মপুত্ৰকে ধৰি ৫৪ খন নদীয়ে দুই সীমান্তৰ অংশ আৱৰি আছে। সৰ্বমূঠ ৪,০৯৬ কিলোমিটাৰ সীমান্তৰ ভিতৰত পশ্চিমবংগত ২,২১৬.৭ কিলোমিটাৰ, অসমত ২৬৩ কিলোমিটাৰ, মেঘালয়ত ৪৪৩ কিলোমিটাৰ আৰু ত্ৰিপুৰাত ৮৫৬ কিলোমিটাৰ দৈৰ্ঘ সামৰি লৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd