• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিলাষ বৰাৰ জন্মদিনত বোকাখাতত অভিলাষ প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী আৰু বঁটা বিতৰণী সভা

উত্তম শইকীয়া by উত্তম শইকীয়া
June 15, 2018 7:58 pm
Bokakhat Abhilash bora
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিলাষ প্ৰকাশনৰ উদ্যোগত আসাম ফাইন আৰ্টচ একাডেমিৰ সহযোগত যোৱা ২৭ মে’ত অনুষ্ঠিত হৈ যোৱা চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণী সভা বোকাখাতৰ সত্য নাৰায়ণ সেৱা সদনত অনুষ্ঠিত হৈ হয়।

প্ৰয়াত অভিলাষ বৰাৰ ২৪ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই চিত্ৰাঙ্কন প্ৰতিযোগিতাত প্ৰায় পোন্ধৰ শ প্ৰতিযোগিয়ে অংশ গ্ৰহন কৰিছিল। এই প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত বঁটা বিতৰণী সভাৰ লগতে আন বৰ্ষৰ দৰে এইবাৰো অভিলাস প্ৰকাশনৰ গ্ৰন্থও প্ৰকাশ কৰা হয়।

Apply Now

আজিৰ অনুষ্ঠানৰ আৰম্ভনিতে অভিলাষৰ আইতাক মাকন বৰাৰ লগতে শিশু সাহিত্যিক শান্তনু তামুলী, চিত্ৰশিল্পী মুকুল দুৱৰা, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত গগৈ আৰু ড০ অৰুণ বৰাই বন্তি প্ৰজ্বলন কৰে।

আদৰণি ভাষনত অভিলাষৰ মাতৃ  জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা অভিলাষ প্ৰকাশনৰ অধ্যক্ষা ড০ ৰুবী বৰাই  অভিলাষ প্ৰকাশনৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে বাখ্যা কৰে। অনুষ্ঠানত অভিলাষ প্ৰকাশনৰ উদ্যোগত এইবাৰ প্ৰকাশ কৰি উলিওৱা ড০ ৰুবী বৰাৰ শিশু গ্ৰন্থ “জয়মতী” উন্মোচন কৰে শিশু সাহিত্যিক শান্তনু তামুলীৰ লগতে দহ গৰাকী শিশুয়ে।

গ্ৰন্থ উন্মোচন কৰি শান্তনু তামুলীয়ে ভাষা ৰক্ষাৰ ক্ষেত্ৰত শিশু সকলৰ ওপৰত এটা জাতিৰ ভবিষ্যত নিৰ্ভৰ কৰে আৰু শিশু সকলক সাধুকথাৰ জৰিয়তে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিলে জ্ঞান আহৰণত সুবিধা হোৱাৰ উপৰিও বহুতো জটিল বিষয়ো সহজেই শিশু সকলে আয়ত্ব কৰিব পাৰে বুলি মন্তব্য কৰে।

অনুষ্ঠানত অভিলাষ বৰাৰ অনুপস্থিতিত তেওঁৰ ২৪ সংখ্যক জন্মদিন কেক কাটি উদযাপন কৰা হয়। ৰূপজ্যোতি ভড়ালীয়ে আঁত ধৰা সভাত অভিলাষ প্ৰকাশনৰ অধ্যক্ষ ড০ ৰুবী বৰাই সকলোৰে শলাগ লয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd