• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম লোকসেৱা আয়োগত চাৰিগৰাকী নতুন সদস্যৰ নিযুক্তিত ৰাজ্যপালৰ অনুমোদন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 14, 2018 8:31 pm
APSC-building.-570x320
83
VIEWS
Share on FacebookShare on Twitter

অসম লোকসেৱা আয়োগত চাৰিগৰাকী নতুন সদস্যৰ নিযুক্তিত আজি ৰাজ্যপালে অনুমোদন জনাইছে। ১৪ মে’ত অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ দ্বাৰা প্ৰকাশিত এখন চৰকাৰী জাননীৰ পৰা এই কথা জানিব পৰা গৈছে।

নতুনকৈ নিযুক্তি লাভ কৰা সদস্যসকল চাৰিজন হ’ল ক্ৰমে,- হস্ততাঁত-বস্ত্ৰশিল্প, ৰেচম আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব তথা আছাম চিল্ক আউটৰিচ মিশ্যনৰ মিশ্যন ডাইৰেক্টৰ মুক্তি গগৈ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী বিভাগ আৰু খনি আৰু খনিজাত পদাৰ্থ বিভাগৰ আয়ুক্ত সচিৱ প্ৰফুল্ল কুমাৰ হাজোৱাৰী, শিলচৰৰ কাচাৰ মহাবিদ্যালয়ৰ গণিত আৰু পৰিসংখ্যা বিভাগৰ সহযোগী অধ্যাপক তথা বিভাগীয় মুৰব্বী সজলেন্দু দাস লস্কৰ আৰু শোণিতপুৰৰ ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অজন্ত নাথ।

অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ আয়ুক্ত সচিব ড০ কে কে দ্বিৱেদীয়ে জানিবলৈ দিয়া মতে, এই সদস্যসকলে দায়িত্বভাৰ গ্ৰহণৰ দিনাৰ পৰাই এই নিযুক্তি কাৰ্য্যকৰী হ’ব।

উল্লেখযোগ্য যে ৰাজ্য কঁপাই দিয়া কেলেংকাৰি সংঘটিত হোৱা অসম লোকসেৱা আয়োগত নতুন চৰকাৰ অহাৰ পৰা নিযুক্তিকে ধৰি বিভিন্ন ধৰণৰ সংস্কাৰ হোৱা দেখা গৈছে। আয়োগৰ অধ্যক্ষ ৰাকেশ পালক সীমাহীন দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ লগতে বৰ্তমান ন্যায়িক জিম্মাত ৰখা হৈছে। তেওঁৰ কাৰ্য্যকালত অসৎ উপায়েৰে নিযুক্তি পোৱা প্ৰায় ডেৰ কুৰি বিষয়াকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মন কৰিব লগীয়া কথা হ’ল ৰাকেশ পালৰ বিৰুদ্ধে বিচাৰ চলাবৰ বাবে প্ৰয়োজনীয় অনুমোদনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে যোৱা ফেব্ৰুৱাৰি মাহত চহী কৰিছিল। অৱশ্যে এতিয়াও আয়োগৰ ৱেবছাইটৰ পৰা ৰাকেশ পালৰ নাম আঁতৰোৱা নাই আয়োগে। তেওঁৰ নামটো chairman শিতানত under suspension বুলি এতিয়াও উল্লেখ আছে।

Recent News

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd