• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2025 6:30 am
483
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বজুৰি মৃত্যু হোৱা ৰোগসমূহৰ ভিতৰত হৃদৰোগ অন্যতম প্ৰধান কাৰণ। শেহতীয়াকৈ হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি পাইছে আৰু চিকিৎসা বিশেষজ্ঞসকলে কৈছে যে নিশা বা পুৱতি নিশাৰ সময়ত ইয়াৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায়। বিশেষকৈ ভোৰ ৪ বজাৰ পৰা আগপৰ্যন্ত হাৰ্ট এটেকৰ আশংকা বেছি দেখা যায়। এই বিপদজনক পৰিস্থিতিৰ আঁৰত একাধিক কাৰণ কাম কৰিছে।

কিয় নিশা বা পুৱতি নিশাত হাৰ্ট এটেকৰ আশংকা বেছি?

Apply Now

১. সময়ৰ চাপ (Biological Clock Effect):

শৰীৰ নিশা জিৰণি লৈ থাকে, কিন্তু ভোৰৰ লগে লগে হঠাতে ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি পায়। উচ্চ ৰক্তচাপ বা ধমনীৰ ব্লক থকা লোকৰ বাবে এই চাপ বিপদজনক হয়।

২. তেজ জমা হোৱাৰ সম্ভাৱনা:

শুই থকা অৱস্থাত তেজৰ সঞ্চালন লেহেমীয়া হয়। ইয়াৰ ফলত প্লেটলেট জমা হৈ ক্লট সৃষ্টি হোৱাৰ আশংকা বাঢ়ে। এই ক্লটে হৃদযন্ত্ৰৰ ধমনী বন্ধ কৰিলে হাৰ্ট এটেক ঘটিব পাৰে।

৩. মানসিক চাপ আৰু টোপনিৰ ব্যাঘাত:

অধিক চাপ, উদ্বেগ বা স্লিপ এপনিয়া থকা লোকৰ টোপনি সঘনাই ভঙে। এই ব্যাঘাতে হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত হেঁচা দিয়ে আৰু নিশাৰ সময়তে আক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।

৪. শিথিল অৱস্থা:

শৰীৰ শিথিল অৱস্থাত থাকোতে হঠাৎ উঠা-বহাৰ দৰে কাৰ্যত হৃদযন্ত্ৰৰ ওপৰত টান পৰে। ব্লক থকা লোকৰ বাবে এই পৰিস্থিতি বিপজ্জনক।

৫. ঠাণ্ডাৰ প্ৰভাৱ:

ঠাণ্ডাত ৰাতি ৰক্তবাহী নলী সংকুচিত হয় আৰু ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত হেঁচা পৰে আৰু আক্ৰমণৰ আশংকা বাঢ়ে।

৬. জীৱনশৈলী আৰু খাদ্যাভ্যাস:

নিশা গধুৰ আহাৰ খোৱা, মদ্যপান, ধূমপান, দেৰিকৈ শুই যোৱা আদি অভ্যাসও হাৰ্ট এটেকৰ বিপদ বহুগুণে বৃদ্ধি কৰে।

হাৰ্ট এটেক প্ৰতিৰোধৰ সহজ টিপছ-

  • প্রতিদিনে কমেও ৭ ঘণ্টা পৰ্যাপ্ত টোপনি কৰক।
  • মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে যোগ বা ধ্যান কৰক।
  • ৰাতি লঘু আৰু সুষম আহাৰ গ্ৰহণ কৰক।
  • নিয়মিত ব্যায়াম আৰু খোজ কঢ়া অভ্যাস কৰক।
  • ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক।

সতৰ্কবাণী: এই প্ৰবন্ধটোত উল্লেখ কৰা তথ্যসমূহ কেৱল সচেতনতা বৃদ্ধি কৰাৰ বাবে। কোনো ধৰণৰ সমস্যা অনুভৱ কৰিলে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd