• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

অসম ৰাইফলচৰ দ্বাৰা প্ৰাক বৰদিন উদযাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2017 5:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩৪ নং অসম ৰাইফলচৰ সেনাপতি বিগ্ৰেডৰ উদ্যোগত  বৃহস্পতিবাৰে মণিপুৰৰ টাফ নাগা গাঁৱত এখন প্ৰাক বৰদিন মেলাৰ আয়েজন কৰে। অঞ্চলটোত এই ধৰণৰ এইখনেই প্ৰথম মেলা। সেনাপতি বিগ্ৰেডৰ এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি স্থানীয় লোক সকলক প্ৰাক বৰদিন উদযাপন আৰু এই উপলক্ষে মনেৰঞ্জন দিয়াৰ উদ্দেশ্যে উক্ত মেলাৰ আয়োজন কৰা হৈছে। সেনাপতি বিগ্ৰেডৰ কমাণ্ডাৰ বিগ্ৰেডিয়াৰ দিপাংকৰ শ্বাহাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত ৫৭ নং মাউণ্টেইন ডিভিজনৰ অতিৰিক্ত জেনেৰেল অফিচাৰ কামাণ্ডিক ইনচিফ (GOC) এছ কে এছ চৌহান উপস্থিত থাকে। আকাশলৈ বেলুন উৰুৱাই আনুষ্ঠানিকভাৱে মেলাখন উদ্বোধন কৰি কামাণ্ডাৰ দিপাংকৰ শ্বাহাই বৰদিনৰ বতৰত সকলোকে শান্তি আৰু সম্প্ৰীতিৰ উদ্দেশ্যে আহ্বান জনায়। মেলাখনত সেনা তথা সাধাৰণ লোকসকলে মিলি খাদ্য তথা খেলা-ধুলা আদিৰ বিভিন্ন ষ্টল বহুৱাই। ইয়াৰ উপৰি অনুষ্ঠানটোত ৩৮ নং অসম ৰাইফলচৰ দ্বাৰা পাইপ বেণ্ড প্ৰদৰ্শন, টাফ নাগাৰ দ্বাৰা পৰম্পৰাগত নগা নৃত্য, ১৪ নং শিখ ৰেজিমেণ্টৰ দ্বাৰা ভাংৰা আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

July 3, 2026 4:11 pm
বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd