• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰণ্যৰ অবাধ ধ্বংসই বৃদ্ধি কৰিছে হাতী-মানুহৰ সংঘাত : বন মন্ত্ৰী

চাজিদ খান by চাজিদ খান
April 11, 2018 6:09 pm
Cheque
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰণ্যৰ পৰিসৰ ক্ৰমাৎ কমি অহাৰ সমান্তৰালভাৱে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ অন্তৰ্গত ওদালগুৰি জিলাত বিগত দশকত হাতী-মানুহৰ সংঘাত বাঢ়ি আহিছে।  এই মন্তব্য বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ। আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত ওদালগুৰিতেই বিগত ৫টা বছৰত ৮১জন লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ ঘটনা সংঘটিত হৈছে। হাতীৰ আক্ৰমণৰ বলি হোৱা পৰিয়ালৰ বাবে আটাইতকৈ কষ্টদায়ক কথাটো হৈছে এককালীন সাহায্যৰ বাবে অফিচে অফিচে তাঁতবাতি কঢ়া আৰু তেওঁলোকৰ পাল পৰালৈকে দীঘলীয়া শাৰীত ঠিয় হৈ কেবল অপেক্ষা কৰি থকা।

হাতীয়ে গচকি প্ৰাণ লোৱা লোকৰ ২৫ টা পৰিয়ালে এতিয়ালৈকে এককলালীন সাহায্যৰ চেক লাভ কৰিছে। ১৮টা পৰিয়ালে ১ লাখ টকাকৈ আৰু ৭টা পৰিয়ালে ৪ লাখ টকালৈ লাভ কৰিছে। আনহাতে মঙলবাৰে ওদালগুৰিৰ গাৰুৱাজাৰত এখন সজাগতা আৰু এককালীন সাহায্য প্ৰদান অনুষ্ঠানত হাতীয়ে আহত কৰা লোকৰ নিকটাত্মীয়ই ১২,০০০ৰ পৰা ২৫,০০০ টকাৰ এককালীন সাহায্যৰ চেক লাভ কৰিছে।

Apply Now

এই অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যিক বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। অনুষ্ঠানত ভাষণ ৰাখি তেওঁ কয় যে হতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে আমি যধেমধে বন ধ্বংস কৰাটো এৰিব লাগিব।

অৰণ্য আৰু হাতী চলাচল কৰা পথত বেদখলৰ ফলত হাতীয়ে মানুহৰ বাসস্থানলৈ আহিবলৈ বাধ্য হৈছে জন্তু-মানুহৰ সংঘাতলৈ ৰূপান্তৰিত হৈছে।

বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই আৰু কয় যে আমি গছ-গছনি ৰোপণ কৰি বনানিকৰণৰ উদ্যোগ গ্ৰহণ কৰি এই সমস্যাটো সমাধান কৰিব লাগে।

এদাল গছ কাটিলে ১০টা গছ পুলি ৰুব লাগে। বন মন্ত্ৰীগৰাকীয়ে হাতীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনাযুক্ত এলকাসমূহত সৌৰ-ফেঞ্চিঙৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ প্ৰদান কৰে।  হাতীৰ চলাচলৰ ওপৰত নজৰ ৰাখিবলৈ কেইটামান নিৰীক্ষণস্তম্ভ নিৰ্মাণ কৰাৰ বতৰাও দিয়ে। অনুষ্ঠানত ধনশিৰি ফৰেষ্ট ডিভিজনৰ ডি এফ অ’ মাধুৰ্য কুমাৰ শৰ্মাই নিৰ্দিষ্ট মুখ্য বক্তাৰ ভাষণ প্ৰদান কৰে। অনুষ্ঠানটো উদ্বোধন কৰিছিল পানেৰিৰ বিধায়ক কমলি বসুমতাৰীয়ে। জনস্বাস্থ১ অভিযান্ত্ৰিক বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰিয়ে নিৰ্দিষ্ট বক্তা হিচাপে অনুষ্ঠানত উপস্থিত থাকে।

তেওংৰ ভাষণত মন্ত্ৰীগৰাকীয়ে হাতী –মানুহৰ সংঘাত নোহোৱা কৰাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰাৰ কথা দোহাৰে আৰু স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰা পৰামৰ্শ বিছাৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপেও হাতী-মানুহৰ সংঘাতৰ ওপৰত ভাষণ দিয়ে।

অসম-অৰুণাচল-ভূটান সীমান্তৰ সীমান্তৱৰ্তী ওদালগুৰিৰ জিলাৰ অন্তৰ্গত ভৈৰৱকুণ্ডৰ ছয়খন গাওঁৰ লোকৰ এখন ৱুৰ্বৰ ভূমিলৈ পৰিবৰ্তন কৰাৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে।

গাওঁবাসীসকলৰ দ্বাৰা জইণ্ট ফৰেষ্ট মেনেজমণ্টৰ অধীনত গ্ৰহণ কৰা উদ্যোগে ৫,৫০০ বিঘা ভূমিক অৰণ্যলৈ পৰ্যৱসিত কৰি বন্য জন্তু আৰু চৰাইৰ বাসভূমি কৰি গঢ়ি তুলিছে। এনেধৰণৰ উদ্যোগ ভাৰতৰ সকলো ঠাইতে গ্ৰহণ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে। সাংবাদিকগৰাকীয়ে আৰু কয় যে হাতীৰ বাহিৰেও বনৰীয়া গাহৰি আৰু বান্দৰেও ভাৰত-ভূটান সীমান্তত মানুহৰ প্ৰাণ লৈছে বুলি তেওঁ উললএখ কৰিছে। এই সমস্যা সমাধানৰ বাবে উপায় উলিয়াব লাগে বুলি তেওঁ মন্তব্য কৰিছে।

অনুষ্ঠানত বি টি চিৰ সচিব ৰবিন্সন মুছাহাৰী, বি টি চিৰ ই এম জগদীশ সৰকাৰ, ননৈ-ছেৰফাঙৰ এম চি এল এ সুৰেশ তাঁতী, বি টি চিৰ উপাধ্যক্ষ নেৰছৗন বড়োৰ লগতে বহুতো ছাত্ৰ-ছাত্ৰী আৰু বন্য জীৱৰ কৰ্মীসকল উপস্থিত আছিল।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd