• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলক সাক্ষাৎ

ডেমিয়েন লেপছা by ডেমিয়েন লেপছা
July 17, 2018 9:51 pm
IMG-20180717-WA0003 (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে আজি নতুন দিল্লীত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলক সাক্ষাৎ কৰে আৰু অৰুণাচলত ৰে’লৱে প্ৰকল্পৰ কাম খৰতকীয়াভাৱে আগবঢ়াই নিয়াৰ বাবে অনুৰোধ জনায়। অৰুণাচলত এটা শক্তিশালী ৰেলৱে নেটৱৰ্ক গঢ়ি তুলিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীক আহ্বান জনায়।

উল্লেখ্য যে অৰুণাচলত ১১টা ৰে’লৱে প্ৰকল্পৰ কাম বিভিন্ন পৰ্যায়ত চলি আছে। সেই কেইটা হৈছে ভালুকপুং-টেংগা-টাৱাং, চিলাপথাৰ-বামে-আলো (৯২ কি:মি:, পাছিঘাট-তেজু-পৰশুৰামকুণ্ড-ৰূপাই (২২৫ কি:মি:), ইটাখোলা-ছেইজোছা (১৮ কি:মি:), দুমদুমা-নামচাই-ৱাক্ৰো (৯৬ কি:মি:), ডাংৰি-ৰোয়িং (৬০ কি:মি:), দেওমালী-নাহৰকটীয়া (২০ কি:মি:), লেখাপানী-খৰছাং-মিয়াও-নামপং-ইউ কামলাং (দেবাং)(৭৫ কি:মি:), শিমলগুৰি কানুবাৰী হৈ তিনিচুকীয়া-পাছিঘাট (৩০০ কি:মি:), মাৰ্ঘেৰিটা দেওমালী (৩১ কি:মি:), ঈৰু মুৰ্কংছেলেক-পাছিঘাট (২৬.১৫ কি:মি:)। এইকেইটাৰ ভিতৰত শেষৰ দুয়াৰ জৰীপ সম্পূৰ্ণ হৈছে বাকীকেইটাৰ জৰীপ ২০১৯ৰ আগে আগে সমাপ্ত হ’ব।

Apply Now

ইয়াৰে ভিতৰত মিছামাৰী-ভালুকপু-টাৱাং ৰে’লপথটো আটাইতকৈ কঠিন আৰু দেশৰ ভিতৰতে সৰ্বোচ্চ স্থানত অৱস্থিত ৰে’লপথ হ’ব। এই ৰে’লপথচোৱাত ২ ১খন দলং আৰু ১৪৫ কি:মি: সুৰংগ থাকিব।

বিত্ত বিভাগৰো দায়িত্বত থকা গোয়েলক মুখ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত এটা বিমানঘাটীৰ প্ৰয়োজনীয়তাৰ কথাও অৱগত কৰে আৰু হোলংগীত নিৰ্মাণ হ’বলগীয়া গ্ৰীনফিল্ড বিমানঘাটী নিৰ্মাণৰ বাবে আগতীয়া পুঁজি মঞ্জুৰ কৰাৰ বাবে অনুৰোধ জনয়।

খা্ডুৱে সোমবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জয়ন্ত সিনহাক সাক্ষাৎ কৰি নিষ্পত্তি নোহোৱা বিষয়সমূহৰ ওপৰত আলোচনা কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জয়ন্ত সিনহাই প্ৰধান মন্ত্ৰীৰ ‘সব উড়ে, সব জুড়ে’ৰ লক্ষ্যত সাৰোগত কৰি উত্তৰ-পূৰ্বাঞ্চলত শক্তিশালী আৰু ব্যয়বহুল বিমান নেটৱৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে।

গোৱেলে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ অনুৰোধলৈ সন্মতি জ্ঞাপন কৰি কয় যে যোগাযোগ হৈছে আৰুণাচলৰ সম্পূৰ্ণ বিকাশৰ চাবিকাঠি আৰু তেওঁৰ মন্ত্ৰ্যালয়ে অৰুণাচলক বিকাশৰ দিশত আগুৱাই নিবলৈ যথা সম্ভৱ প্ৰচেষ্টা কৰি যাব।

ডেমিয়েন লেপছা

ডেমিয়েন লেপছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd