• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ দুই স্থানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাটো বিচাৰিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2018 12:05 pm
thembang
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ দুখন পৰ্যটন ক্ষেত্ৰক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে। ৰাজ্যিক গৱেষণা বিভাগৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি সংবাদ সংস্থাই এই বাতৰি প্ৰকাশ কৰিছে।

ৰাজ্যখনৰ নামনি সোৱনশিৰি জিলাৰ জিৰ’ উপত্যকাৰ আপাটানি সাংস্কৃতিক শোভা আৰু পশ্চিম কামেং জিলাৰ এখন সুৰক্ষিত গাওঁ (দুৰ্গ) থেমবাঙ ডিজঙক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাৱ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এতিয়া চূড়ান্ত তালিকাত অন্তৰ্ভুক্তিৰ বাবে বিবেচনা কৰি থকা হৈছে।

Apply Now

ৰাজ্য চৰকাৰে এই দুই স্থানত ব্যাপক মেৰামতি তথা সংৰক্ষণৰ কাম কৰি আছে যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্তিৰ বাবে থকা সকলো চৰ্ত পূৰণ কৰিবলৈ সক্ষম হয়।

পশ্চিম কামেং জিলাৰ থেমবাঙ ডিজঙ সুৰক্ষিত গাওঁখন ৩.২ একৰ ভূমি জুৰি আছে আৰু উত্তৰ তথা দক্ষিণ দিশে দুখন গেট আছে। প্ৰাচীন আৰু ঐতিহাসিক গাঁথনিৰে আবৃত ডিজঙ (দুৰ্গ)টো মনপা জনজাতিসকলৰ পৰম্পৰাগত বাসস্থান।

পঞ্চায়ত ব্যৱস্থাৰ দ্বাৰা পৰিচালিত গাওঁখনত বাসিন্দাসকলৰ কাৰণে নিজৰ বুলি কোনো সম্পত্তি নাই। পৰম্পৰাগত কাঠৰ ভাস্কৰ্যকে ধৰি আলংকাৰিক সা-সামগ্ৰী, চিত্ৰশিল্প আৰু পাণ্ডুলিপিৰে ডিজঙৰ দেৱাল খচিত হৈ আছে।

আপাটানি সাংস্কৃতিক নৈসৰ্গিক শোভাও ইয়াৰ জনগোষ্ঠীটোৰ মাজত প্চলিত একক কৃষি পদ্ধতিৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাৱ্য তালিকাত স্থান পাইছে।

ইয়াৰ খেতিপথাৰত পৰ্যাপ্ত গুৰুত্বপূৰ্ণ জলাশয়ৰ সংৰক্ষণ তথা সুষমভাৱে ইয়াৰ পানী উপত্যকালৈ বৈ যাব পৰা ব্যৱস্থা আছে যাতে ৰাইজৰ প্ৰয়োজন পূৰণ কৰিব পাৰে।

এই জনজাতিসকলে আইন-শৃংখলা ৰক্ষাৰ বাবে এখন গাওঁ পৰিষদ নিৰ্বাচন কৰে আৰু ইয়াক ‘বুলিয়ান’ বুলি কয়।

২০১৪ চনৰ এপ্ৰিলত অৰুণাচলৰ এটাকে ধৰি দেশৰ ২২টা স্থানক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাৱ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।

অৰুণাচল চৰকাৰে বৰ্তমান ৰাজ্যখনৰ এই দুই স্থানক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে সকলো প্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd