• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ শিশুৰ বাবে শিক্ষা আঁচনি আৰম্ভ কৰিব মণিপুৰ চৰকাৰে

ছভাপতি ছামম by ছভাপতি ছামম
March 8, 2018 4:58 pm
CM-Biren-addressing-at-Republic-day-day-function-678x381

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ চৰকাৰে অহা ১৫ মাৰ্চৰ ভিতৰত অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ শিশুৰ বাবে এক শিক্ষা আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

নতুন আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে নৱম আৰু দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে কিতাপ-পত্ৰ, নামভৰ্তি মাচুল আৰু ইউনিফৰ্মৰ সকলো খৰচ বহন কৰিব।

Apply Now

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বুধবাৰে মণিপুৰৰ পূব ইম্ফল জিলাৰ টুমুখং মৈৰাংপুৰেলত কৰ্মচাৰীৰ আৱাসৰ সৈতে এটা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু এটা গ্ৰাম্য বজাৰ গৃহ উদ্বোধন কৰাৰ সময়ত এই কথা ব্যক্ত কৰে।

দৰিদ্ৰতাৰ বাবে ৰাজ্যখনত বিদ্যালয় পৰিত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ কথা বিবেচনা কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ৰাজ্যখনত চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত সৰ্বনিম্ন শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ হোৱালৈ চাই দশম শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ হোৱালৈকে অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ ল’ৰা-ছোৱালীক সহায় কৰাটোৱে আঁচনিখনৰ লক্ষ্য।

চৰকাৰে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক মেট্ৰিক উত্তীৰ্ণ হোৱাত সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী বীৰেন সিঙে জানিবলৈ দিয়ে।

তেওঁ লগতে আশ্বাস দিয়ে যে তেওঁ মৈৰাংপুৰেল চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়খন এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ বাবে সম্ভাৱ্য সকলো প্ৰচেষ্টা হাতত ল’ব।

তেওঁ নতুনকৈ উদ্বোধন কৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত যিমান পাৰি সোনকালে প্ৰয়োজনীয় চিকিৎসক আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

উপাধ্যক্ষ কে ৰবীন্দ্ৰো, থাংগাৰ বিধায়ক তথা পিডিএৰ অধ্যক্ষ টি ৰবীন্দ্ৰো, ৱাংগইৰ বিধায়ক অ’ লুখই, কাকচিঙৰ বিধায়ক ওৱাই সুৰচন্দ্ৰ, ৱাংজিঙ টেন্থাৰ বিধায়ক পি ব্ৰজেন, কেইৰাওৰ বিধায়ক এল ৰামেশ্বৰ, ছেকমাইৰ বিধায়ক এইচ ডিংগো, ওৱাইছকুলৰ বিধায়ক টিএইচ সত্যব্ৰত, অতিৰিক্ত মুখ্য সচিব (গৃহ) ড০ জে সুৰেশ বাবু আৰু পূব ইম্ফল জিলাৰ উপায়ুক্ত টিএইচ চিত্ৰা অনুষ্ঠানত উপস্থিত আছিল।

 

ছভাপতি ছামম

ছভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd