• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগতীয়া সতর্ক বাণী অবিহনে পানী এৰি দিয়া সন্দৰ্ভত নীপকো কর্তৃপক্ষক মুখ্যমন্ত্রীৰ সকীয়নি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2018 11:14 am
12-07-18 Lakhimpur- cm reviewing flood situation

লখিমপুৰত বান পৰিস্থিতিৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী সোণোৱাল

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত জলসম্পদ মন্ত্রী কেশৱ মহন্তক লগত লৈ নীপকো, এন এইচ পি চি আৰু জিলা প্রশাসনৰ বিষয়াবর্গৰ উপস্থিতিত কৰা এক পর্যালোচনা বৈঠকত নীপকো কৰ্তৃপক্ষক পূর্বৰ ভুলৰ পৰিণতিত দুভোর্গৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়াই দিয়ে।

নীপকোৰ ৰঙানদী প্রকল্পৰ বাবে লখিমপুৰ জিলাৰ অংশ বিশেষ বানৰ কবলত পৰাৰ লগতে ধন-জন হানি হোৱাৰ বিষয়ত কঠোৰ হৈছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল। আগতীয়া সতর্ক বাণী অবিহনে পানী এৰি দিয়াৰ ফলত ৰাইজ ক্ষতিৰ সন্মুখীন হৈ আহিছে যদিও কোনোদিনে প্রতিষ্ঠানটোৱে ক্ষতিপূৰণ আদায় দিয়া নাই।

Apply Now

নীপকোৰ বিৰুদ্ধে কঠোৰ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্রী সোণোৱালে আগতীয়া সতর্ক বাণী নিদিয়াকৈ পানী এৰি দিয়াৰ ফলত লখিমপুৰ জিলাৰ বিস্তৰ এলেকা বানৰ কবলত পৰাৰ লগতে কেইবা লাখ লোক বানত ক্ষতিগ্রস্ত হ’বলগীয়া হোৱাৰ কথা সদৰী কৰে। মুখ্যমন্ত্রী সোণোৱালে নীপকো কর্তৃপক্ষক কয় যে ভৱিষ্যতে অতিৰিক্ত পানী এৰি দিবলগীয়া হ’লে আগতীয়াকৈ জিলা প্রশাসনক জনাব লাগিব। তেওঁ লগতে ভৱিষ্যতে ৰঙানদী প্রকল্পই পানী এৰি দিয়াৰ ফলত নামনিৰ অংশত হোৱা ক্ষয়-ক্ষতিৰ বাবদ ক্ষতিপূৰণ আদায় দিব লাগিব বুলিও স্পষ্ট কৰি দিয়ে।

তেওঁ নীপকো কর্তৃপক্ষক প্রশ্ন কৰে যে এটা বৃহৎ প্রকল্পই নামনিৰ অংশত কিয় পানী সংৰক্ষণৰ বাবে ৰির্জাভাৰ নির্মাণ নকৰিলে? অতিৰিক্ত পানী এৰি দিলে জমা কৰি ৰাখিবলৈ ৰিজার্ভাৰ নির্মাণ কৰিবলৈ নীপকোক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে।

বুধবাৰে নিশা ৭-১০ বজাত মুখ্যমন্ত্রীয়ে নাওবৈচাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি নাওবৈচাৰ বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে বানত ক্ষতিগ্রস্তক সংস্থাপনৰ আশ্বাস দিলেও বিগত ১৫ দিনে বানৰ কবলত থকা ৰাইজে মুখ্যমন্ত্রীৰ এনে আশ্বাসত পতিয়ন যাব পৰা নাই।

আনহাতে লখিমপুৰ জিলাৰ বান পৰিস্থিতি পর্যবেক্ষণৰ বাবে লখিমপুৰলৈ অহা  মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক লখিমপুৰৰ বান সমস্যাৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত বিভিন্ন সন্থা-সংগঠনে দাবী সম্বলিত স্মাৰক-পত্রৰে জিলাখনৰ সমস্যা সমাধানৰ দাবী জনায়। সদৌ লখিমপুৰ জিলা ছাত্র সন্থাই এই সন্দর্ভত এখন স্মাৰক-পত্র যোগে অভিযোগ তুলি উল্লেখ কৰে যে লখিমপুৰ জিলাৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ বাবে চৰকাৰ প্রশাসনক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আজি পর্যন্ত এই সমস্যাসমূহৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd