• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

আগৰতলাত উত্তৰ-পূৰ্বাঞ্চলৰ সমূহীয়া সমস্যা সমাধানৰ বাবে নিটি ফৰাম গঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2018 6:24 pm
n-3-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগৰতলাত উত্তৰ-পূৰ্বাঞ্চলৰ সমূহীয়া সমস্যাসমূহ সমাধান কৰাৰ বাবে গঠন কৰা নিটি  ফৰামত ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ কুমাৰ আৰু নিটি আয়োগৰ উপ সভাপতি ৰাজীৱ কুমাৰ উপস্থিত আছিল।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব দেব, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যন্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাও উপস্থিত আছিল।

Apply Now

সুদীৰ্ঘ সময়জুৰি অনুষ্ঠিত আলোচনাত নিটি আয়োগৰ সদস্যসকলে জলবিদ্যুৎ, পৰ্যটন, সীমা বাণিজ্য, বাঁহ, পুষ্প উদ্যান, বনদৰৱ, উদ্যানশস্য, হস্তশিল্প, জন্তু পালন, জৈৱিক কৃষি ইত্যাদি ক্ষেত্ৰত জোৰ দি বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে পৰামৰ্শ দিয়াৰ সগতে নিজৰ নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই  উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে এছিয়াৰ অন্যন্য ৰাষ্ট্ৰৰ মাজত বিমান চলাচল কৰোৱা আৰু উত্তৰ-পূৰ্বাঞ্চল সৈতে দেশৰ সকলো ৰাজ্যৰ ৰাজধানীসমূহৰ উন্নত স্থলপথ সংযোগ আদি আন্তঃগাঁথনিগত বিকাশৰ ওপৰত জোৰ দিয়া।

২০২২ চনত মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া নেশ্যনেল গেমছক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে এটা ইভেণ্ট হিচাপে মান্যতা দিব লাগে আৰু বৃদ্ধি আৰু বিকাশৰ গতি তৰান্বিত কৰিব লাগে বুলি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মন্তব্য কৰে।

তেওঁ আৰু মত প্ৰকাশ কৰে যে যিহেতু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সাধাৰণভাৱে  মিল থকা আৰু সমুহীয়া  সমস্যাসমূহৰ কাৰ্যকৰী সমাধান উদ্ভাৱন  কৰাৰ বাবে উত্তৰ পূবৰ সকলো ৰাজ্য নিটি আয়োগ ফৰামৰ ৰূপত এটা ছাতিৰ তলত  আহি ঠিয় হৈছেহি সেয়েহে সমগ্ৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ  সম্ভাৱনীয়তাসমূহক বাস্তৱায়িত কৰাৰ বাবে  ফৰামক বহু আগুৱাই লৈ যোৱা হ’ব।

জলবায়ু পৰিৱৰ্তনৰ ওপৰতো কনৰাড চাংমাই নিজৰ শংকা ব্যক্ত কৰে আৰু ইয়াক হ্ৰাস কৰা আৰু পৰিৱৰ্তিত অৱস্থাৰ লগত নিজকে খাপ খুৱাই লোৱাৰ ওপৰত নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰে। তেওঁ কয় যে ক্ষুদ্ৰ বান্ধ আৰু জলাধাৰ নিৰ্মাণ কৰা আৰু বিদ্যুৎ উৎপাদনৰ মিশ্ৰিত ব্যৱস্থা কৰিলেহে আমাৰ সম্পদসমূহৰ সম্ভাৱনীয়তাক ব্যৱহাৰ কৰিব পৰা যাব।

মুখ্যমন্ত্ৰী চাংমাই আৰু কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গঠিত নিটি আয়োগ ফৰামে প্ৰত্যেকখন ৰাজ্যকেই এটা সুনিৰ্দিষ্ট পৰামৰ্শ আৰু উপায় আগবঢ়াই দিয়াত সহায় কৰিব।

সমৱেত লোকসকলক সম্বোধন কৰি  তেওঁ আৰু জনাইছে যে  মেঘালয় চৰকাৰে আৱৰ্জনা নিষ্কাষণ বিষয়ত আৰু ৰাজ্যখনে প্লাষ্টিক পুনৰ্নবীকৰণ কৰাৰ বাবে নীতি প্ৰস্তুত কৰাৰ সন্দৰ্ভত লগতে  সম্প্ৰদায়সমূহক জৈৱ-বৰ্জ্যৰ পৰা জৈৱসাৰ প্ৰস্তুত কৰাত জড়িত কৰাৰ বিষয়ৰ ওপৰত গভীৰভাৱে বিৱেচনা কৰি আছে  ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd