• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কণ্ঠশিল্পী অনামিকা দেৱী তালুকদাৰৰ ‘সুৰৰ আলিংগন’ উন্মোচন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 6, 2018 10:15 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হোৱা কণ্ঠশিল্পী অনামিকা দেবী তালুকদাৰৰ এটি আধুনিক শ্ৰাব্য গীতৰ এলবাম উন্মোচন কৰি ভাষণ প্ৰসংগত এই মন্তব্য কৰে কন্ঠশিল্পী ৰমেন বৰুৱাই। এই প্ৰসংগত তেওঁ কয় যে আগৰ গীত সমূহত যি মাদকতা বিচাৰি পোৱা গৈছিল সেই মাদকতা বৰ্তমানৰ গীত সমূহত বিচাৰি পোৱা নাযায়। আনহাতে আজিকালি কিছুসংখ্যক গায়কে অশ্লীল শব্দ প্ৰয়োগ কৰি অৰ্থহীন গীত পৰিবেশন কৰা বুলি উন্মোচনী অনুষ্ঠানত সদৰী কৰে।

তদুপৰি বৰুৱায় কিছুসংখ্যক গায়কে পৰিৱেশন কৰা গীতক বন্দুক(GUN) ৰ সৈতে তুলনা কৰি  এক তাচ্ছিল্যসূচক মন্তব্য আগবঢ়ায়।

Apply Now

তেওঁ বৰ্তমানৰ শ্ৰোতাসকলক লৈ মন্তব্য কৰি কয় যে বৰ্তমানো এচাম ব্যক্তি আছে যিসকলে নিজৰ কৰ্মস্থানৰ পৰা ঘৰলৈ উলটি আহি সন্ধ্যা সময়ত লতা মংগেছকাৰ, ভূপেন হাজৰিকাৰ গীতসমূহ আৰু গজল, শাস্ত্ৰীয় সংগীত ইত্যাদি শুনে।

লক্ষণীয় যে বৰ্তমান গীতসমূহ শুনাতকৈ চকুৰে চাব পৰা গীত বুলি এক তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়। এই প্ৰসংগত তেওঁ আজিকালিৰ গায়কসকলে মঞ্চৰ কাৰণে গীতসমূহ সজাই লোৱা বুলি কয়। তদুপৰি তেওঁ বৰ্তমানৰ শিল্পীসকলে মঞ্চত গীত পৰিবেশন কৰাতকৈ কথাহে বেছিকৈ কয় বুলি কটাক্ষ কৰে।

এই শ্ৰব্য চি ডি উন্মোচনী সভাত উপস্থিত থাকি বিখ্যাত সংগীতজ্ঞ জে পি দাসে অনামিকা দেৱী তালুকদাৰক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে পূৰ্বতে ৰেডিঅ’ত গীতবোৰ মানুহে শুনাৰ লগতে হৃদয়ংগম কৰে, কিন্তু আজিকালি গীত সমূহ মানুহে পকেটত ভৰাই লৈ ফুৰে। এই ক্ষেত্ৰত তেওঁ অনামিকা দেবীক ঘৰলৈ আলহী আহিলে চাহৰ সৈতে এখন শ্ৰাব্য কেছেটো দিবৰ বাবে ধেমেলীয়াসূচকভাৱে অনুৰোধ কৰে।

এই শ্ৰব্য চিডি উন্মোচন সভাত জেপি দাস, ৰমেন বৰুৱাকে কেন্দ্ৰ কৰি অনামিকা দেবীৰ সংগীতৰ গুৰু বিপুল বৰুৱা,  অঞ্জনজ্যোতি চৌধুৰী, সূৰ্য্য গোস্বামী, কুল বৰুৱা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি শ্ৰব্য চিডি খন উন্মোচন কৰাৰ লগতে কণ্ঠশিল্পী গৰাকীক আশিস প্ৰদান কৰে।

আজি উন্মোচন হোৱা আধুনিক গীতৰ শ্ৰব্য চিডি খনৰ নাম ‘সুৰৰ আলিঙ্গন’। চাৰু গোহাঁইৰ সোঁৱৰণত আৰ বি প্ৰডাকচনৰ নিবেদিত ৬ টা গীতত কণ্ঠদান কৰিছে কণ্ঠশিল্পী অনামিকা দেৱী তালুকদাৰে। এই ক্ষেত্ৰত কণ্ঠশিল্পীগৰাকীক সহযোগী কন্ঠশিল্পী হিচাপে সহায় কৰিছে জিণ্টী দাস আৰু ইভা প্ৰীতিয়ে। সংগীতৰ ক্ষেত্ৰত সহায় কৰিছে অনিৰুদ্ধ বৰুৱা, মানস হাজৰিকা, অমৰজ্যোতি ডেকা, অভিজিত বৰ্মন আৰু তপন দাসে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd