• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2018 7:10 am
PICST7661
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনখন আৰম্ভ হ’ব। ৰাজ্যপাল জগদীশ মুখীৰ ভাষণেৰে বাজেট অধিৱেশন আৰম্ভ কৰা হ’ব। সংবিধানৰ ১৭৬ (১) ধাৰা অনুসৰি ৰাজ্যপালগৰাকীয়ে আজি পুৱা সদনত ভাষণ ৰাখিব।

এইবাৰৰ বাজেট অধিৱেশন প্ৰায় দুমাহ ধৰি চলিব। অহা ৬ এপ্ৰিললৈ বৃদ্ধি কৰা অধিৱেশনত মুঠতে ২৪ দিন সদন বহিব।

Apply Now

বিত্ত বিভাগে ফ্ৰেব্ৰুৱাৰীৰ প্ৰথম ভাগতে বাজেট দাখিলৰ ক্ষেত্ৰত প্ৰস্তুত নোহোৱাৰ পৰিপ্ৰেক্ষিতত বাজেট দাখিল দিন ১২ মাৰ্চলৈকে পিছুৱাই দিয়া হৈছে।

বিধানসভা সচিবালয়ৰ সূত্ৰ অনুসৰি এইবাৰ বিধানসভাত উত্থাপনৰ বাবে ১৭ খন বিধেয়কৰ জাননী লাভ কৰা হৈছে।

এইবাৰ বাজেট অধিৱেশনত উত্থাপন হ’বলগীয়া বিধেয়কৰ ভিতৰত আছে অসম শিক্ষা (ভেন্সাৰ শিক্ষানুষ্ঠানৰ কৰ্মচাৰীৰ সেৱাৰ প্ৰাদেশিকীকৰণ) বিধেয়ক, অসম শিক্ষা( শিক্ষকৰ সেৱাৰ প্ৰাদেশিকীকৰণ আৰু শিক্ষানুষ্ঠানৰ পুনৰ্গঠন) বিধেয়ক, অসম মাদ্ৰাছা শিক্ষা (কৰ্মচাৰীৰ সেৱাৰ প্ৰাদেশিকীকৰণ আৰু মাদ্ৰাছাৰ পুনৰ্গঠন) বিধেয়ক, অসম বেচৰকাৰী শিক্ষানুষ্ঠান (মাচুল নিয়ন্ত্ৰন) বিধেয়ক, অসম বেচৰকাৰী শিক্ষানুষ্ঠান (নিয়ন্ত্ৰন আৰু পৰিচালনা) সংশোধনী বিধেয়ক, অসম যোগ পৰিষদ বিধেয়ক, বড়োলেণ্ড বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, অসম আবকাৰী সংশোধনী বিধেয়ক, অসম ৰাজ্যিক গৃহনিৰ্মাণ পৰিষদ সংশোধনী বিধেয়ক, জিএছটি সংশোধনী বিধেয়ককে ধৰি অন্যান্য বিধেয়ক।

বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এইবাৰ ‘মেম্বাৰ্ছ আৱাৰ’ শীৰ্ষক এটি নতুন কাৰ্যসূচীৰ আৰম্ভ কৰাৰ কথা সদৰি কৰিছে। এই কাৰ্যসূচীৰ অধীনত সদস্যসকলে নিজ নিজ সমষ্টিৰ সমস্যাসমূহ উত্থাপন কৰিব পাৰিব।

অধ্যক্ষৰ ‘স্পীকাৰ্ছ ইনিচিয়েটিভ’ কাৰ্যসূচীত এইবাৰ দুদিনীয়াকৈ শিক্ষা বিষয়কলৈ আলোচনাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, চৰকাৰক বিভিন্ন প্ৰশ্নৰে আৰু বিতৰ্ক উত্থাপন কৰি সদন উত্তপ্ত কৰি তোলাৰ বাবে সাজু হৈ উঠিছে বিৰোধী।

এন আৰচি উন্নীতকৰণ প্ৰসংগ, আইন শৃংখলাৰ অৱনতি, নাগা চুক্তি, ডিমা হাচাওৰ পৰিস্থিতিৰ প্ৰসংগ, কয়লা ছিণ্ডিকেটকে ধৰি বিভিন্ন বিষয়কলৈ বিৰোধীয়ে ৰণকৌশল প্ৰস্তুত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd