• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক শ্রেষ্ঠ খেলুৱৈ বঁটা প্ৰদান কৰিব ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাবে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2018 9:47 am
সৰুসজাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় এছলেটিকছত স্বৰ্ণজয়ৰ বাবে দৌৰাৰ মুহূৰ্তত হিমা দাস। ফটো : ইউ বি

সৰুসজাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় এছলেটিকছত স্বৰ্ণজয়ৰ বাবে দৌৰাৰ মুহূৰ্তত হিমা দাস। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০ আৰু ৪০০ মিটাৰ দৌৰত শেহতীয়াকৈ চাঞ্চল্যৰ সৃষ্টি কৰা অসমৰ এথলেট হিমা দাসক আজি ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাবে শ্রেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰিব।

বিয়লি ৩.৪৫ বজাত হোটেল নভটলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমাক ইউ বি চি অসম ক্ৰীড়া বঁটা প্ৰদান কৰিব।ইয়াৰ লগতে ক্ৰিকেটাৰ ৰিয়ান পৰাগক শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ বটাঁ প্ৰদান কৰা হ’ব।

Apply Now
28-06-18 Guwahati- National Athletics women 400m Hima Das (1)
সৰসজাইৰ ট্ৰেকত ‘ধিং এক্সপ্ৰেছ’ হিমা দাস। ফটো : ইউ বি

হিমাক সমাজসেৱী মহিলা হবিবন নেছা সোঁৱৰণী বঁটাৰ লগতে নগদ এক লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হ’ব। আনহাতে, ৰিয়ানে লাভ কৰিব পুতু শইকীয়া সোঁৱৰণী বঁটাৰ লগতে নগদ ৫০ হেজাৰ টকা।

তদুপৰি ক্লাবটোৱে অসম ৰাইফলছ শ্বুটিং সন্থাৰ সম্পাদক ভৱ কলিতাক শ্ৰেষ্ঠ ক্ৰীড়া সংগঠক আৰু কমলাকান্ত সিঙক শ্ৰেষ্ঠ ফুটবল প্ৰশিক্ষকৰ বঁটা প্ৰদান কৰিব।

ইয়াৰোপৰি ২০১৭ চনৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত উজলি উঠা ১২ গৰাকী খেলুৱৈ-সংগঠকক সম্বৰ্ধনা জনোৱা হ’ব। এইসকলৰ ভিতৰত আছে কৃষ্টি বড়ো, প্ৰাঞ্জল ভূমিজ, অস্মিতা চলিহা, লাভলিনা বৰগোহাঁই, হৃদয় হাজৰিকা, অংকুশিতা বড়ো, তৃষা গগৈ, অনু চেতিয়া, বিশ্বজিৎ ৰায়, অন্যতম ৰাজকোঁৱৰ, ৰ’দালি বৰুৱা আৰু সুকুমাৰ মেধি।

অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকা, আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়া, অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, ৰঞ্জি ক্ৰিকেটাৰ পৰাগ দাস, সন্তৰণবিদ মিঠু বৰুৱা, এলভিছ আলী হাজৰিকা, অভিনেত্ৰী আইমী বৰুৱা, নিশিতা গোস্বামী, কণ্ঠশিল্পী সীমান্ত শেখৰ আৰু তৰালী শৰ্মা উপস্থিত থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd