• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

আফিন খেতিৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰাৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 9, 2018 11:47 am
Governor meeting with GBs in Tezu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড্ৰাগছ ব্যৱহাৰৰ ফলত গোটেই অঞ্চলৰে তথা সমাজ ব্যৱস্থা বেয়াকৈ ক্ষতিগ্ৰস্থ হয়। অৰুণাচল প্ৰদেশত বৃদ্ধি পোৱা  ৰাজ্যপাল ব্ৰিগেদিয়াৰ(অৱসৰপ্ৰাপ্ত) ড০ বি ডি মিশ্ৰাই তেজুৰ এখন জনসভাত অংশলৈ এই মন্তব্য কৰে।

ৰাজ্যপালগৰাকীয়ে সমাজৰ বাবে বিপদজনক তথা অবৈধ কাৰ্যকলাপত জড়িত থকা ব্যক্তিসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে। তেওঁ লগতে বিভিন্ন ধপাত জাতীয় সামগ্ৰীৰ খেতিসমূহ নষ্ট কৰাৰ কখাও উল্লেখ কৰে। সমাজৰ পৰা এই ধপাত জাতীয় সামগ্ৰীৰ লগতে ড্ৰাগছ নিৰ্মূল কৰিবলৈ হ’লে সমাজৰ সকলো শ্ৰেণীৰ লোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব।

Apply Now

জনসভাখনৰ জৰিয়তেই সকলো গাঁওবুঢ়া, পঞ্চায়তৰ সদস্য আৰু জন নেতাসকলক আফিনৰ খেতি বিনষ্ট কৰাত আৰক্ষী তথা জিলা প্ৰশাসনক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি তেওঁ তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। উত্তৰ-পূবৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা বুলিও তেওঁ সদৰী কৰে।

ৰাজ্যপালগৰাকীয়ে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বাবে এটা সংক্ষিপ্ত নামাকৰণো কৰিছে। ‘ASTAM-NMM’ নামৰ এই সংক্ষিপ্ত নামটোৰ প্ৰথম পাঁচটা শব্দৰ সম্পূৰ্ণ অৰ্থ হ’ল অসম, ছিকিম,  ত্ৰিপুৰা, অৰুণাচল আৰু মেঘালয়। আনহাতে পিছৰ শব্দ তিনিটাই নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামক বুজাইছে। সংক্ষিপ্ত নামটোক ‘অষ্টম নামম’ ৰূপে উচ্চাৰণ কৰিবলৈ ৰাজ্যপাল গৰাকীয়ে সকলোকে কয়।

এই আঁচনি সমূহ সাফল্যমণ্ডিত কৰিবলৈ তথা সকলো শ্ৰেণীৰ লোকে যাতে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ আটাইবোৰ সুবিধা গ্ৰহণ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ বিষয়াকে সচেতন হ’বলৈ আহ্বান জনায়।

ৰাজ্যপালগৰাকীয়ে তেজুত উপস্থিত হৈয়ে ইণ্ডিৰা গান্ধী চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ লগত এক মত-বিনিময় অনুষ্ঠানত অংশ লয়। মত-বিনিময় অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰা পৰিলক্ষিত হয়। লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলক ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ পৰিয়ালৰ সদস্যৰ দৰে ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়।

ইয়াৰ উপৰি ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ড্ৰাগছ সেৱনৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ বাবেও গভীৰ উদ্বেগ প্ৰকাশ কৰে।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd