• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

আমাক নিৰ্বাচনৰ কামত নলগাব : নাগালেণ্ডৰ শিক্ষক সংস্থাৰ চৰকাৰলৈ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2018 8:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ নাগালেণ্ড স্কুল শিক্ষক সংস্থা (ANSTA)ই ৰাজ্যখনৰ আগন্তুক লোকসভা নিৰ্বাচনৰ কামত শিক্ষকসকলক নিয়োগ নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

সংস্থাটোৱে ২০০৭ চনৰ ৬ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে দিয়া এটা ৰায়ৰ উদ্ধৃতি দি কয় যে শিক্ষকসকলক নিৰ্বাচনৰ কামত লগোৱাটো শীৰ্ষ আদালতখনে দিয়া ৰায়ৰ উলংঘন। উল্লেখযোগ্য যে উক্ত ৰায়টোত সৰ্বোচ্চ ন্যায়ালয়ে কৈছিল যে শিক্ষকসকলক কৰ্মদিন আৰু কৰ্মঘণ্টাৰ সময়ত নিৰ্বাচনৰ কামত নিয়োগ কৰিব নোৱাৰিব।

Apply Now

এটা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংস্থাটোৰ বিষয়ববীয়াসকলে উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ প্ৰসংগ টানি কয় যে শিক্ষকসকলক কেৱল বিদ্যালয় বন্ধ থকা দিনতহে বা শিক্ষাদান বন্ধ থকা অৱস্থাতহে নিৰ্বাচনৰ কামত লগাব পাৰিব।

উল্লেখযোগ্য যে নাগালেণ্ড চৰকাৰে অহা ২৮ মে’ত হ’ব লগীয়া ৰাজ্যখনৰ একমাত্ৰ লোকসভা সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে শিক্ষকসকলক লগোৱাৰ ইতিমধ্যে সিদ্ধান্ত লৈছে। সেই উদ্দেশ্যে অহা ১৪ মে’ৰ পৰা উক্ত শিক্ষকসকলৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছে।

শিক্ষক সংস্থাটোৱে অভিযোগ কৰামতে, এই প্ৰশিক্ষণৰ দিনবোৰ আৰু লগতে নিৰ্বাচনৰ দিনটোও শিক্ষকসকলৰ কৰ্মদিন আছে আৰু এইটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি কৰিব। লগতে এই কথাটোৱে পাঠ্যক্ৰম সময়ত সম্পূৰ্ণ কৰিব নোৱৰা পৰিস্থিতিও সৃষ্টি কৰিব। ই চৰকাৰী বিদ্যালয়ত আধাতে পঢ়া এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ বৃদ্ধি কৰে। সংস্থাটোৱে কয় যে যদিও সৰ্বোচ্চ ন্যায়ালয়ে এইটো কথাও কৈছে যে নিৰ্বাচন অনুষ্ঠিত কৰাটো এটা অতি গুৰুত্বপূৰ্ণ কথা, তথাপি শিক্ষাৰ বিষয়টো অৱহেলিত হোৱা উচিত নহয়। দুয়োটা কথাৰ মাজত সুসমন্বয় থাকিব লাগিব। যিসকল চৰকাৰী কৰ্মচাৰী কামত নিয়োজিত হৈ থকা নাই তেওঁলোকক নিৰ্বাচনৰ কামত লগোৱাৰ পোষকতা কৰিছে সংস্থাটোৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd