• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

‘আমাৰ আহ্বানক সন্মান জনোৱা নজনোৱাটো ৰাজনৈতিক দলবোৰ নিজা কথা’ : নাগা হোহোৰ ক’ৰ কমিটি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 9:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা হোহোৰ ক’ৰ কমিটিয়ে আজি এটা বিবৃতিত কৈছে যে নিৰ্বাচনৰ পূৰ্বেই নাগা সংকটৰ সমাধানৰ বাবে তেওঁলোকে কৰা দাবীক সংবিধানবিৰোধী বা ভাৰতবিৰোধী বুলি ভুল ব্যাখ্যা কৰিব নালাগে। তেওঁলোকে জনোৱা আহ্বানক সন্মান জনোৱা নজনোৱাটো ৰাজনৈতিক দলবোৰৰ নিজা কথা।

উল্লেখযোগ্য যে নাগা হোহো আৰু নাগালেণ্ডৰ শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিৰ আহ্বান মৰ্মে যোৱা ২৯ জানুৱাৰিত ৰাজ্যখনৰ ১১ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্তত উপনীত হৈ এটা যৌথ ঘোষণাত স্বাক্ষৰ কৰিছিল। যৌথ ঘোষণাটোৰ জৰিয়তে এই দলবোৰে দলীয় টিকট অনুমোদন নজনাবলৈ সিদ্ধান্ত লৈছিল।

Apply Now

আজিৰ বিবৃতিত নাগা হোহো আৰু নাগালেণ্ডৰ শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে কৈছে যে নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিবলৈ দল বা প্ৰাৰ্থীসকলক বাধ্য কৰাবৰ বাবে তেওঁলোকেই একমাত্ৰ শক্তিশালী কৰ্তৃপক্ষ নহয়। প্ৰতিজন নাগায়েই নাগা সামাজিক-ৰাজনৈতিক সমস্যাৰ অংশ আৰু কোনেও ইয়াৰ পৰা পলাব নোৱাৰে।

নাগা ৰাজনৈতিক সমস্যাটো সমাধানৰ বাবে প্ৰতিজন নাগাই স্বেচ্ছামূলকভাৱে বৰঙনি দিয়াৰ বাবে দায়বদ্ধতা বান্ধ খাই আছে। কোনেও শান্তি আলোচনাটোক বাধা দিয়া উচিত নহয়। কমিটিখনে কয় যে নাগা নেতাসকলে, বিশেষকৈ দায়িত্বশীল নাগাসকলে তেওঁলোকৰ সমস্যা আঁতৰাবলৈ আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগিব।

আনহাতে কমিটিখনে কয় যে যোৱা ৭ টা দশকত দেশৰ শাসনলৈ অহা প্ৰতিটো ৰাজনৈতিক দলেই নাগা সমস্যা সমাধানৰ দায়িত্বভাৰ পিছৰ চৰকাৰলৈ ঠেলি আহিছে।

‘সমাধান বিশেষভাৱে নাগাসকলৰ বাবে আৰু সাধাৰণভাৱে ভাৰত চৰকাৰৰ বাবে বাঞ্ছনীয়। আমাক স্থায়ী আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে সমাধান লাগে। আৰু সেইবাবেই আমি আমাৰ মানুহখিনিক বিভিন্ন স্তৰত লোৱা গঠনমূলক সিদ্ধান্তবোৰ সমৰ্থন কৰিবলৈ কাতৰ আহ্বান জনাইছো।’ বিবৃতিটোত কোৱা হয় এইদৰে।

বিবৃতিটোত ক’ৰ কমিটিয়ে কয় যে এই প্ৰত্যাশাৰেই সকলো স্তৰৰ নাগা ৰাইজে নিৰ্বাচনতকৈ নাগা ৰাজনৈতিক সমাধানক অগ্ৰাধিকাৰ দিয়াত পাৰস্পৰিক সহমতত উপনীত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd