• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষক আৰু যুৱ সৱলীকৰণৰ লক্ষ্যৰে ইম্ফলত ১১সংখ্যক ৰাজ্যিক আনাৰস উৎসৱ

সভাপতি ছামম by সভাপতি ছামম
July 15, 2018 11:10 am
Pineapple festival in Manipur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন ঋতুভিত্তিক কৃষি উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰি মণিপুৰৰ পুব ইম্ফল জিলাৰ আণ্ড্ৰো সমষ্টিৰ অন্তৰ্গত থামবালনু বজাৰ চৌহদত কালিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয় একাদশ ৰাজ্যিক পৰ্যায়ৰ আনাৰস উৎসৱ ও ক্ৰেতা-বিক্ৰেতা সন্মিলন আৰু যুৱ মহোৎসৱ ২০১৮।

মণইপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাই ৬দিনীয়া এই মহোৎসৱৰ আয়োজন কৰে। এই মহোৎসৱৰ আয়োজন কৰিছে ডেভেলপমেণ্ট আৰ্গেনাইজেশ্যন আণ্ড্ৰো কেন্দ্ৰই (Development Organization, Andro Kendra চমুকৈ  DOAK)।

Apply Now

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এল জয়ন্ত কুমাৰ সিং, উদ্যান-শস্য আৰু ভূমি সংৰক্ষণ আৰু বন আৰু পৰিৱেশ, নগৰ উন্নয়ন মন্ত্ৰী থ শ্যামকুমাৰ, ডেভেলপমেণ্ট আৰ্গেনাইজেশ্যন আণ্ড্ৰো কেন্দ্ৰৰ পৃষ্ঠপোষক সদস্য ববিতা দেৱী, উদ্যান শস্য, ভূমি সংৰক্ষণ, নগৰ পৰিকল্পনা, বন আৰু পৰিৱেশ বিভাগৰ বিষয়া কৰ্মচাৰী, আনাৰস কৃষক আৰু স্থানীয় ৰাইজ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল।

ৰাজ্যপালে থামবালনু বজাৰত উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ অধীনত নিৰ্মিত শীতলীকৰণ গোটটোও উন্মোচন কৰে। তেওঁ উৎপাদন বৃদ্ধি কৰাৰ বাবে এক সন্মিলিত প্ৰচেষ্টাৰ ওপৰত জোৰ দিয়ে। মণিপুৰত উৎপাদিত আনাৰসৰ ভিতৰত ‘কুইন’ (Queen) আৰু ‘কিউ’ (Kew) প্ৰকাৰৰ আনাৰস সোৱাদৰ বাবে মানুহৰ মাজত অধিক জনপ্ৰিয়। এই সমূহৰ উৎপাদন ৰজ্যখনৰ বাহিৰৰ বজাৰত বিক্ৰি কৰাৰ বাবে যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পাৰি।

তেওঁ আৰু পৰামৰ্শ দিয়ে যে আনাৰস আৰু ৰাজ্যখনত উৎপাদিত আন আন প্ৰকাৰৰ ফলমুল শুকাই অধিক লাভত বিক্ৰি কৰিব পাৰি। ২০০৮ চনত আৰম্ভ হোৱা এই মহোৎসৱে কৃষক সৱলীকৰণ কৰিছে আৰু সকলো কৃষককে এখন সমূহীয়া মঞ্চত একত্ৰিত কৰিছে, কৃষি-পৰ্যটনৰ বিকাশ কৰাৰ লগতে একতা আৰু ভ্ৰাতৃত্ববোধৰ জগাই তুলিছে।

ভাষণ প্ৰসংগত স্বাস্থ১ আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এল জয়ন্ত কুমাৰ সিঙে পৰম্পৰাগত আৰু স্থানীয় ঔষধি উদ্ভিদ ৰোপণ কৰাত জোৰ দিয়ে।

উদ্যান শস্য আৰু ভূমি সংৰক্ষণ মন্ত্ৰী থ শ্যামকুমাৰে কৈছে যে এই উৎসৱ আয়োজন কৰাৰ প্ৰাথমিক উদ্দেশ্য হৈছে যুৱ প্ৰজন্মৰ সম্ভাৱনাক সম্পূৰ্ণ উপযোগিতা কৰি ৰাজ্যখনৰ পাৰম্পৰিক মূল্যবোধক ৰক্ষণাৱেক্ষণ দিয়া। তেওঁ আৰু কয় যে অহা বছৰৰ এই উৎসৱৰ পূৰ্বেই পইৰৌখংজিল মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ ৰাখিব। নতুনকৈ উন্নীতকৃত আংথা আৰু টপ চিংথা ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰৰ প্ৰস্তাৱ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে আনাৰস মহোৎসৱত মুঠ ১৬৩খন আনাৰসৰ বিপণী, ৫৪ অন্য বিপণী আৰু ৩২খন খাদ্য বিপণীয়ে অংশগ্ৰহণ কৰিচিল। এই আনাৰস মহোৎসৱ জুলাইৰ ১৯ তাৰিখে অন্ত পৰিব।

সভাপতি ছামম

সভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd