• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইম্ফলৰ বৃহৎ ঋণ মেলাত ৰাইজক সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

চভাপতি ছামম by চভাপতি ছামম
January 12, 2018 9:00 am
ইম্ফলত অনুষ্ঠিত ঋণ মেলাত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং

ইম্ফলত অনুষ্ঠিত ঋণ মেলাত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ইম্ফলৰ হোটেল ইম্ফলৰ ছাংগাই হলত মণিপুৰ গ্ৰামীন বেংকে এখন বৃহৎ ঋণ মেলাৰ আয়োজন কৰে।

অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, বন তথা পৰিৱেশ মন্ত্ৰী টিএইচ শ্যামকুমাৰ আৰু মণিপুৰ গ্ৰামীন বেংকৰ অধ্যক্ষ ড০ প্ৰসন্ন কুমাৰে ৯৬১ গৰাকী ব্যক্তি তথা আত্মসহায়ক গোটক ৭০৯.৫৪ লাখ টকাৰ ঋণ প্ৰদান কৰে। ইয়াৰ ভিতৰত ৬২৬ টা (৫৬১ লাখ টকা) হৈছে মুদ্ৰা ঋণ।

Apply Now

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে বিত্ত বিভাগৰ জৰিয়তে সৰলভাৱে আৰু সহজতে পুজি মুকলি কৰাৰ প্ৰয়োজনীয়া ব্যৱস্থা গ্ৰহণ কৰিছে।

তেওঁ লগতে মণিপুৰ গ্ৰামীন বেংক কৰ্তৃপক্ষ আৰু ইম্ফল পৌৰ নিগমক যৌথভাৱে ইম্ফলৰ খুৱাইৰামবেণ্ড বজাৰৰ পথ ব্যৱসায়ীসকললৈ বিত্তীয় সাহায্য আগবঢ়াৱ পৰা যায় নেকি সেয়া অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়ে যাতে উক্ত ব্যৱসায়ীসকলে নিজৰ নিজৰ অঞ্চলত তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে।

‘’এবাৰ ব্যাপক জৰীপ চলোৱাৰ পিছত পথ ব্যৱসায়ীসকলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰ্যবেক্ষণৰ অধীনত আৰম্ভ কৰা বিভিন্ন আঁচনিৰ জৰিয়তে সাহায্য লাভ কৰিব পাৰিব,’’-তেওঁ ব্যক্ত কৰে।

‘’ বৰ্তমান চৰকাৰে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিৱনুৱা যুৱক-যুৱতীসকলক সংস্থাপন আগবঢ়োৱাৰ বাবে গুৰুত্বসহকাৰে প্ৰচেষ্টা চলাই আছে।‘’ প্ৰতিবেদনৰ তথ্য অনুসৰি এতিয়া প্ৰায় ৭.৫ লাখ নিবনুৱা যুৱক-যুৱতী আছে।

একেদৰে ২০১৮-১৯ বৰ্ষৰ বিত্তীয় বাজেটত চৰকাৰে দক্ষতা বিকাশৰ জৰিয়তে আত্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেওঁ লগতে কয় যে চৰকাৰে শিক্ষিত নিবনুৱাসকলক তেওঁলোকৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ষ্টাৰ্ট আপ আঁচনিৰ জৰিয়তে সহায় আগবঢ়াব। ইয়াৰ বাবে ৩৫ কোটি টকা ধাৰ্য কৰা হৈছে।

বন তথা পৰিৱেশ বিভাগৰ মন্ত্ৰী শ্যামকুমাৰ আৰু মণিপুৰ গ্ৰামীন বেংকৰ অধ্যক্ষ ড০ প্ৰসন্ন কুমাৰেও অনুষ্ঠানত বক্তৱ্য আগবঢ়ায়।

১৯৮১ চনৰ ২৮ মে’ত স্থাপিত মণিপুৰ গ্ৰামীন বেংকৰ ৰাজ্যখনত বৰ্তমান ২২ টা শাখা আছে।

 

চভাপতি ছামম

চভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd