• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ইষ্টাৰ ছানডে’ উপলক্ষে শোভাযাত্ৰাৰ আয়োজন কৰিছে ছিকিম খ্ৰীষ্টিয়ান ছচাইটিয়ে

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
March 28, 2018 3:09 pm
Sikkim-Easter-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ইষ্টাৰ ছানডে’ উপলক্ষে অহা ১ এপ্ৰিলত য়ুনাইটেড খ্ৰীষ্টিয়ান ৱেলফেয়াৰ ছচাইটি অফ ছিকিম (য়ু চি ডব্লিউ এছ এছ) এ গেংটকত এখন ‘ইষ্টাৰ প্ৰেয়াৰ ৰেলী’ৰ আয়োজন কৰিছে।

য়ু চি ডব্লিউ এছ এছএ লগতে ৩১ মাৰ্চত মনন কেন্দ্ৰত প্ৰাক্ ইষ্টাৰ উদযাপনৰ অংশ হিচাপে এখন হিন্দী চলচ্চিত্ৰ ‘বেক টু ডেড’ৰ বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰিছে।

Apply Now

মঙলবাৰে গেংটকত এখন সংবাদেমলত য়ুচিডব্লিউএছএছৰ সভাপতি এল্ডাৰ পেট্ৰাছ গুৰুঙে জনায় যে শোভাযাত্ৰাটো টাডঙৰ পৰা আৰম্ভ হৈ প্ৰাৰ্থনা আৰু সংগীতৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি ডেভেলপমেন্ট অঞ্চলৰ বেথেলহেম গীৰ্জাত সামৰণি পৰিব।

‘’শোভযাত্ৰাৰ সময়ত বিভিন্ন গীৰ্জাৰ সদস্যসকলে সমৱেতভাৱে শান্তি, একতা আৰু ৰাজ্যখনৰ জনসাধাৰণৰ লগতে বিশ্ববাসীৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিব,’’-তেওঁ কয়।

তেওঁ লগতে জনায় যে ৰাণীপুলৰ পৰা গেংটকলৈ থকা গীৰ্জাসমূহে এই ‘ইষ্টাৰ প্ৰেয়াৰ ৰেলী’ শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিব।

গুৰুঙে জনায় যে শোভাযাত্ৰাটো তিনি বছৰৰ বিৰতিৰ পিছত আয়োজন কৰা হৈছে।

অৱশ্যে, তেওঁ জানিবলৈ দিয়ে যে ছচাইটিয়ে যোৱা বছৰৰ প্ৰাৰম্ভতে ইষ্টাৰ ছানডে উপলক্ষে ৰাংপোৰ পৰা গেংটকলৈ এটা মটৰ চাইকেল শোভাযাত্ৰাৰ আয়োজন কৰিছিল আৰু ইষ্টাৰ ছানডে’ত এছটিএমএন হাস্পাতলৰ ২৫৫ গৰাকী ৰোগীৰ মাজত খাদ্যৰ টোপোলা বিতৰণ কৰিছিল।

তেওঁ গেংটকৰ ভিতৰত থকা গীৰ্জাসমূহৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া গীৰ্জাসমূহকো শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

‘বেক টু ডেড’ চলচ্চিত্ৰখনৰ বিশেষ প্ৰদৰ্শনী সম্পৰ্কত গুৰুঙে জনায় যে প্ৰাক্ ইষ্টাৰ উদযাপনৰ বাবে ছচাইটিয়ে এই চলচ্চিত্ৰখনৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে আৰু লগতে স্থানীয় ৰাইজক ছবিখন চোৱাৰ সুযোগ দিছে কিয়নো ছবিখনত বেছিভাগ স্থানীয় শিল্পীয়ে অভিনয় কৰিছে।

ছবিখনৰ এগৰাকী শিল্পী তথা প্ৰডাকশ্যন মেনেজাৰ তিমথি ৰাইয়ে জনায় যে অলপতে ছবিখনৰ প্ৰথমটো বিশেষ প্ৰদৰ্শনী মুম্বাইত অনুষ্ঠিত হৈছিল আৰু চিত্ৰগৃহত মুক্তি দিয়াৰ আগেয়ে গেংটকত ছবিখনৰএইটো হ’ব মাত্ৰ দ্বিতীয়টো বিশেষ প্ৰদৰ্শনী।

 

সাগৰ ছেত্ৰী

সাগৰ ছেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd