• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতৰ মাধ্যমিকত ‘স্বদেশ অধ্যয়ন’ : ৰাজনৈতিক মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ অভিযোগ অস্বীকাৰ শিক্ষা সংসদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2018 3:41 pm
AHSEC-678x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বদেশ অধ্যয়ন নামৰ অসমৰ ইতিহাস আৰু ভুগোল ভিত্তিক এটা নতুন পাঠ্যক্ৰমৰ সৃষ্টি কৰাৰ কথা বিৱেচনা কৰি আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এই অসমত এই নতুন বিষয়টো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায়ৰ পাছৰ এটা গুৰু পাঠ্যক্ৰম হ’ব।

এই সন্দৰ্ভত নামনি অসমৰ টংলা চহৰত এখন সভা অনুষ্ঠিত হৈ যায়। এই সভাখনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঞি আৰু সচিব সংদৰ সচিব কমলজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে এই নতুন বিষয়টোক অসমত জনপ্ৰিয় কৰাৰ বাবে উপায় উদ্ভাৱনৰ চিন্তা কৰে।

Apply Now

স্বদেশ অধ্যয়নে শিক্ষাৰ্থীসকলক অসমৰ ইতিহাস আৰু ভূগোলৰ এটা পুৰ্ণাংগ ধাৰণা লাভ কৰাত সহায় কৰিব। এই পাঠ্যক্ৰমৰ বিষয়সূচীত অসমৰ ঐশ্বৰ্যময় আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ লগতে অসমত বৌদ্ধিক উত্থানক লিপিবদ্ধ কৰা হৈছে। গগৈয়ে আৰু কয় যে এই পাঠ্যক্ৰমটোৱে শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাতো সহায় কৰিব।

তেওঁ আৰু কয় যে এই বছৰৰ পৰা একাদশ মানত অন্তৰ্ভুক্ত কৰা এই বিষয়টোৱে শিক্ষাৰ্থীসকলক নিজৰ ৰাজ্যখনৰ বিষয়ে শিকাব পৰা পাঠ্যক্ৰম এটাৰ বহু দিনীয়া অভাৱ এটা পূৰ্ণ কৰিব।

টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি বিশ্ববিদ্যালয়ত এই বিষয়টোক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গৃহীত হৈছে আৰু ইয়ে এই বিষয়টো মহাবিদ্যালয়সমূহত স্নাতক পৰ্যায়লৈ অধ্যয়ন কৰিব পৰাৰ বাট মুকলি হৈছে।

তেওঁ আৰু কৈছে যে ইয়ে এই বিষয়টো উচ্চতৰ মাধ্যমিক পৰ্যায়ত পঠাৰ বাবে উৎসাহিত কৰিব।

বিষয়টো শিক্ষানুষ্ঠানসমূহত জনপ্ৰিয় কৰি তোলাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ শীৰ্ষ বিষয়াসকলে এটা ভ্ৰমণ আৰম্ভ কৰিছে। যদিওবা হিন্দুত্ববাদী দল এটাৰ চৰকাৰৰ আমোলত এটা তীব্ৰ আধ্যাত্মিক ব্যঞ্জনা থকা এটা বিষয়ৰ সূচনা কৰাক লৈ বিভিন্ন মহলৰ পৰা প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে, ৰাজনৈতিক চিন্তা বা মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উঠা অভিযোগ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা খণ্ডন কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd