• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূবৰ যুৱতীক চেন্নাইত হাৰাশাস্তি : প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জন আব্ৰাহামে

এন ই নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নিউজ ব্যুৰো, গুৱাহাটী :
November 24, 2017 12:40 pm
174
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশা চেন্নাই জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু চেন্নাইয়ন এফ চি ৰ মাজত চলি থকা আই এছ এলৰ খেলৰ সময়ত সংঘটিত ঘটনাৰ সন্দৰ্ভত নৰ্থইষ্ট ইউনাইটেড এফ চিৰ স্বত্বাধিকাৰী জন আব্ৰাহামে আজি এটা বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত জনে প্ৰকাশ কৰিছে যে ষ্টেডিয়ামত কেইগৰাকীমান দুৰ্বৃত্তই উত্তৰপূবৰ যুৱতী কেইগৰাকীক কৰা লজ্জাজনক আচৰণৰ বলি যুৱতী কেইগৰাকীৰ কাষত তেওঁ আছে আৰু তেওঁ ব্যক্তিগতভাৱে যুৱতী কেইগৰাকীক লগ ধৰি তেওঁলোক কুশলে আছেনে সেই কথা নিশ্চিত কৰিব বিচাৰে।

আজি জনে তেওঁৰ দলৰ পেইজটোত লিখিছে যে  যোৱাকালি দুস্কাৰ্যটোত জড়িত লোককেইজন তেওঁৰ বা চেন্নাইয়ন এফ চিৰ স্বত্বাধিকাৰী অভিষেক বচ্চনৰ প্ৰকৃত অনুগামী বুলি তেওঁ নাভাৱে। তেওঁ ঘটনাটোৰ নিন্দা কৰিছে আৰু ইয়াক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। জনে প্ৰকাশ কৰে ক্ৰীড়াৰ দৰে এনে  যোগাত্মক অনুষ্ঠানত যেতিয়া কাৰোবাৰ বাবে এটা অসুৰক্ষিত বা অপ্ৰীতিকৰ ঘটনা ঘটে সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক।  মহিলাৰ বিৰুদ্ধে এনে ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধভাৱে থিয় হ’বলৈ জনে আহ্বান জনায়।

Recent News

অসাৰ হ’ল ট্ৰাম্পৰ ভাবুকি! ইৰাণৰ সৈতে ১২খন কৈ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিলে পাকিস্তানে

অসাৰ হ’ল ট্ৰাম্পৰ ভাবুকি! ইৰাণৰ সৈতে ১২খন কৈ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিলে পাকিস্তানে

ৰাছিয়াত সুদীৰ্ঘ ৫০০ বছৰৰ মূৰত আগ্নেয়গিৰি উদগিৰণ : ভূইকঁপে জোকাৰিছে দেশ

ৰাছিয়াত সুদীৰ্ঘ ৫০০ বছৰৰ মূৰত আগ্নেয়গিৰি উদগিৰণ : ভূইকঁপে জোকাৰিছে দেশ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীৰ পদ পথত উচ্ছেদ অভিযান

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীৰ পদ পথত উচ্ছেদ অভিযান

ডকাইতে নহয়, কন্যা আৰু পত্নীয়ে হত্যা কৰিছিল উত্তম গগৈক : নৱম শ্ৰেণীৰ কন্যাৰ প্ৰেমিক জড়িত আছিল হত্যাকাণ্ডত

ডকাইতে নহয়, কন্যা আৰু পত্নীয়ে হত্যা কৰিছিল উত্তম গগৈক : নৱম শ্ৰেণীৰ কন্যাৰ প্ৰেমিক জড়িত আছিল হত্যাকাণ্ডত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd