• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2025 7:51 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে উইক্ৰেইনৰ ওপৰত সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ চলালে ৰাছিয়াই। এই আক্ৰমণত কমেও তিনিজন লোকৰ মৃত্যু হৈছে আৰু ১৮ জন আহত হৈছে। এই আক্ৰমণত কিয়েভৰ মুখ্য চৰকাৰী ভৱনৰ ছাদ আৰু ওপৰৰ তলাৰ ক্ষতিসাধন হৈছে। ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, ৰাছিয়াই ৮০৫খন ড্ৰ’ন আৰু ১৩টা ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি এই আক্ৰমণ চলাইছিল, য’ত ৭৫১খন ড্ৰ’ন আৰু চাৰিটা ক্ষেপণাস্ত্ৰ ধ্বংস কৰা হৈছে। ২০২২ চনৰ ফেব্ৰুৱাৰীত ৰাছিয়াৰ সম্পূৰ্ণ আক্ৰমণৰ পিছত এইটোৱেই আটাইতকৈ বৃহৎ ড্ৰ’ন আক্ৰমণ হিচাপে চিহ্নিত হৈছে।

ইউক্ৰেইনৰ বায়ুসেনাৰ মুখপাত্ৰ ইউৰি ইহনাটে নিশ্চিত কৰিছে যে দেওবাৰৰ এই আক্ৰমণত ৰাছিয়াই ৮০৫খন ড্ৰ’ন আৰু ১৩টা বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছিল। ইউক্ৰেইনৰ প্ৰতিৰক্ষা বাহিনীয়ে ৭৪৭খন ড্ৰ’ন আৰু চাৰিটা ক্ষেপণাস্ত্ৰ ধ্বংস কৰিবলৈ সক্ষম হৈছিল যদিও ৩৭টা স্থানত ৯টা ক্ষেপণাস্ত্ৰ আৰু ৫৬টা ড্ৰ’নৰ আঘাত ৰেকৰ্ড কৰা হৈছে। ধ্বংস কৰা ড্ৰ’ন আৰু ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষ ৮টা স্থানত পৰিছে, যাৰ ফলত কিয়েভৰ শ্বিয়াটোশ্বিনস্কি আৰু ডাৰ্নিটস্কি জিলাত বহুতো আৱাসিক অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে। কিয়েভৰ মেয়ৰ ভিটালি ক্লিচ্কোৱে জনোৱা মতে, এই আক্ৰমণত এজন শিশু, এগৰাকী যুৱতী আৰু এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছে। কিয়েভৰ চৰকাৰী মন্ত্ৰীসভাৰ মুখ্য কাৰ্যালয়ৰ ছাদৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছে, যদিও এইটো প্ৰত্যক্ষ আক্ৰমণৰ ফল নে ধ্বংসাৱশেষৰ ফল স্পষ্ট হোৱা নাই।

Apply Now

ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ইউলিয়া শ্বিৰিডেংকোৱে কয়, “প্ৰথমবাৰৰ বাবে শত্ৰুৰ আক্ৰমণত চৰকাৰী ভৱনৰ ছাদ আৰু ওপৰৰ তলাৰ ক্ষতি হৈছে। আমি ভৱনসমূহ পুনৰ নিৰ্মাণ কৰিম, কিন্তু হেৰুৱা জীৱন ঘূৰাই আনিব নোৱাৰি।” তেওঁ বিশ্ব সম্প্ৰদায়ক ৰাছিয়াৰ তেল আৰু গেছৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি হেঁচা বৃদ্ধি কৰাৰ আহ্বান জনাইছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে এই আক্ৰমণক “যুদ্ধৰ দীৰ্ঘায়নৰ ইচ্ছাকৃত অপৰাধ” বুলি অভিহিত কৰি বায়ু প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ দাবী জনাইছে। ইউৰোপীয় নেতাসকলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰত শান্তি পুনৰুদ্ধাৰৰ বাবে হেঁচা বৃদ্ধি কৰাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে এই আক্ৰমণে শান্তি আলোচনাৰ সম্ভাৱনা ম্লান কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd