• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ পূৰ্বাঞ্চলত ১৯টা ৰাষ্ট্ৰীয় জলপথ, ব্রডবেণ্ড, ৰেলপথ প্ৰকল্পৰ ঘোষণা ড’নাৰ মন্ত্ৰীৰ

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
July 19, 2018 2:09 pm
rivrtrns
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলত ১৯ টা নতুন জলপথক ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰিছে। এই কথা সংসদত সদৰি কৰি ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে এই জলপথৰ ১১টা অসমত, ৫ টা মেঘালয়ত আৰু অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামত  এটাকৈ আছে।

তাৰোপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ  ৰাষ্ট্ৰীয় জলপথ আন্তঃগাঁথনি উন্নয়নৰ বাবে উন্নয়নৰ  কেন্দ্ৰীয় খণ্ড আঁচনিৰ অধীনত  নৌ-পৰিবহণ মন্ত্ৰ্যালয়ে ১০০ শতাংশ ৰাজসাহায্য প্ৰদান কৰিব।

Apply Now

টেলি-সংযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে দেশখনৰ ২,৫০,০০০ গাঁও পঞ্চায়তত ব্ৰডবেণ্ড যোগাযোগ কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে।

উঃ পূবৰ বাবে  সাৰ্বিক টেলিকম উন্নয়ন আঁচনিৰ অধীনত বিএছএনএলৰ সৈতে এখন চুক্তি স্বাক্ষৰিত কৰি ২৮১৭টা মোবাইল টাৱাৰ বহুওৱাৰ পৰিকল্পনা কৰা হৈছে। ২২৫৮ কোটি ব্যয়সাপেক্ষ আঁচনিৰ অন্তৰ্গত এই টাৱাৰ সমূহে অৰুণাচলৰ প্ৰদেশৰ  ৪১১৯ খন মোবাইল নেটৱৰ্কে ঢুকি নোপোৱা গাঁও আৰু অসমৰ দুখন জিলাক সামৰি ল’ব বুলি ড’নাৰ মন্ত্ৰীগৰাকীয়ে জনাইছে।

তেওঁ গেংটকৰ পাকিয়ঙত ৫৫৩ কোটি টকা ব্যয়সাপেক্ষ এটা নতুন গ্ৰীনফিল্ড বিমানঘাটী নিৰ্মাণৰ কথাটোও ব্যক্ত কৰে।

ৰেলপথক ব্ৰডগজলৈ পৰিৱৰ্তন কৰা আৰু ৪৭৫৪ কোটি টকা ব্যয়সাপেক্ষ ছিকিম আৰু অৰুণাচলক ৰাজধানী নতুন দিল্লীৰ সৈতে সংযোগ কৰাৰ ৰেলৱে প্ৰকল্পৰ কথাও উল্লেখ কৰে।

ড০ সিঙে আৰু কয় যে ভাৰতমালা পৰিযোজনাৰ অন্তৰ্গত উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় ৫৩০১ কি:মি: স্থলপথ উন্নত কৰা হ’ব। ইয়াৰে ভিতৰত ৩২৪৬ কি:মি: স্থলপথ উত্তৰ পূৰ্বাঞ্চলৰ ইক’নমিক কৰিড’ৰৰ উন্নয়নৰ বাবে অনুমোদন কৰা হৈছে। ৰেলপথ যোগাযোগৰ উন্নতি সাধন কৰিবলৈ বিগত তিনি বছৰত ৭টা নতুন প্ৰকল্প হাতত লোৱা হৈছে। ইয়াৰে ৩টা নতুন ৰেলপথ আৰু ৪টা দ্বৈত ৰেলপথৰ প্ৰকল্প। এই প্ৰকল্প সমূহৰ কাম বিভিন্ন স্তৰত চলি আছে।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd