• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চললৈ এতিয়া শান্তি ঘূৰি আহিছে : চোৰাংচোৱা বিভাগৰ মুৰব্বী ৰাজীৱ জৈন

ৰিনিং লিংডো by ৰিনিং লিংডো
December 9, 2017 5:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ উমশ্ব (Umsaw)ত নৰ্থ-ইষ্টাৰ্ন পুলিচ একাডেমিৰ প্ৰশিক্ষাৰ্থীৰ সমাৱৰ্তন অনুষ্ঠান এটাত ভাগ লৈ আজি দেশৰ অভ্যন্তৰীণ চোৰাংচোৱা বিভাগৰ মুৰব্বী ৰাজীৱ জৈনে এখন সভাত উপস্থিত থাকি কয় যে দেশৰ উত্তৰ-পূব অঞ্চলটো বৰ্তমান যথেষ্ট শান্তিপূৰ্ণ অৱস্থাত আছে। তেওঁ সুৰক্ষা তথা সামৰিক বাহিনীৰ লোকসকলক এই শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে উত্তৰ-পূব অঞ্চলটোত এটা সময়ত বহুত অশান্তি আছিল। কিন্তু সৌভাগ্যক্ৰমে যোৱা কেইটামান বছৰত ইয়ালৈ শান্তি ঘূৰি আহিছে। ‘লাহে লাহে ইয়াৰ মানুহ শান্তিত আগ্ৰহী হৈছে। আৰু এই শান্তি ধৰি ৰখাটো তথা মানুহৰ বিশ্বাস আৰু আস্থা যাতে অটুট থাক সেইটো নিশ্চিত কৰাটো আপোনালোকৰ দায়িত্ব। ইয়াৰ মাজতে বিকাশ লুকাই আছে। চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ পৰিপ্ৰেক্ষিতত পৰিৱৰ্তনৰ দুৱাৰডলিটো আপোনালোকেই আৰু সেয়ে আপোনালোকে ভাল ভূমিকা ল’ব লাগিব।’ এইদৰে কয় বিষয়াজনে। তেওঁ লগতে যুৱ আৰক্ষী বিষয়াসকলক জটিল সময়তো নিজৰ নীতিত থাকিবলৈ, কৰ্তব্যত থকা বা নথকা যিকোনো সময়তে অনুশাসন বৰ্তাই ৰাখিবলৈ, মানুহৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। আৰক্ষীৰ সেৱা সমাজ আৰু জাতিৰ সেৱাৰ বাবে বুলি কৈ জৈনে নতুনকৈ প্ৰশিক্ষণপ্ৰাপ্তসকলক উদ্দেশ্যি কয় যে তেওঁলোকে তেওঁলোকক শিকোৱা সকলো কলাকৌশলৰ সুপ্ৰয়োগ কৰা উচিত আৰু ভুক্তভোগীক সুৰক্ষাৰ বাবে আইনৰ প্ৰয়োগ কৰা উচিত। মুঠ ৩৫ জন প্ৰশিক্ষাৰ্থীয়ে ৪৮ সপ্তাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে। তাৰ মাজত ১৪ জন আৰক্ষী উপ-অধীক্ষক, য’ত তিনিগৰাকী মহিলাও আছে, ৯জন পৰিদৰ্শক, ৮জন উপপৰিদৰ্শক আৰু ৪ জন জামাদাৰ আছে। এওঁলোকৰ মাজৰ সৰ্বাধিক ২৫জন নাগালেণ্ড, ৬জন মণিপুৰ, ২জন মিজোৰাম আৰু এজনকৈ অৰুণাচল প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ।

Apply Now
ৰিনিং লিংডো

ৰিনিং লিংডো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd