• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদ্ভট মন্তব্য অমিত শ্বাহৰ : ধলা-শদিয়া দলং নিৰ্মাণৰ জৰিয়তে ভূপেন হাজৰিকাক বিশ্ববিখ্যাত কৰিলে বিজেপিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 10:38 pm
নেডাৰ সভাত অমিত শ্বাহ। ফটো : য়ু বি।

নেডাৰ সভাত অমিত শ্বাহ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ‘নেডা’ৰ অভিৱৰ্তনত ভাগ ল’বলৈ অসমলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নিজৰ ভাষণত মোদী বন্দনা আৰু মিথ্যাচাৰৰ বিৰল সংমিশ্ৰণ ঘটোৱাই নহয়, উদ্ভট মন্তব্যৰে সকলো সীমা চেৰাই যোৱাৰ চেষ্টা কৰিলে।

বিজেপিৰ নেতাসকলৰ উদ্ভট মন্তব্য কৰাৰ পৰম্পৰা ৰক্ষা কৰি দলটোৰ ৰাষ্ট্ৰীয় সভাপতিজনে আজি অসমৰ বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাক লৈ উদ্ভট মন্তব্য কৰে। তেওঁ কয় যে বিজেপিয়ে ধলা-শদিয়া দলঙৰ জৰিয়তে শিল্পীজনক ভাৰতৰ লগতে বিশ্বৰ আগতো পৰিচিত কৰি তুলিলে। ইণ্টাৰনেটত এতিয়া সন্ধান কৰিলেই ভূপেন হাজৰিকাৰ নাম ওলায় বুলি কয়।

Apply Now

আনহাতে ৰাজ্যখনৰ দুটাকৈ কাগজ কল প্ৰায় মৰো মৰো হৈ থকা অৱস্থাত আৰু কৰ্মচাৰীয়ে দৰমহাৰ বাবে দুবছৰ বাট চাব লগীয়া অৱস্থাত বিজেপিৰ সভাপতিজনে বাঁহ খেতিৰ জৰিয়তে কাগজ কল স্থাপনেৰে জনজাতীয় লোকসকলৰ বাবে ভাৰতত ১ লাখ কোটি টকাৰ ব্যৱসায় মুকলি কৰিব পৰা যাব বুলি কয়।

মন কৰিব লগীয়া যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনৰ মন্তব্যত অসমৰ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ, প্ৰয়াত ড০ ভূপেন হাজৰিকাৰ প্ৰতি অসন্মান তথা তাচ্ছিল্য প্ৰকাশ হোৱা বুলি মন্তব্য কৰিছে সচেতন লোকসকলে। এখন দলঙেহে ড০ ভূপেন হাজৰিকাক বিখ্যাত কৰিলে নেকি বুলি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰশ্নবাণ এৰিছে বিজেপিলৈ।

উল্লেখযোগ্য যে কংগ্ৰেছৰ দিনতে নিৰ্মাণৰ বাবে প্ৰকল্প গ্ৰহণৰ লগতে পুঁজি মুকলি হোৱা তথা নিৰ্মাণ আৰম্ভ হোৱা ধলা-শদিয়া দলংখন বিজেপিৰ চৰকাৰৰ দিনত সম্পূৰ্ণ হৈছিল। দলংখনক লৈ দুয়োটা ৰাষ্ট্ৰীয় দলেই নিজৰ নিজৰ কৃতিত্ব দাবী কৰি আহিছে। কিন্তু এই ৰাজনৈতিক অৰিয়াঅৰি চেৰাই গৈ অমিত শ্বাহে দলংখনৰ দ্বাৰাহে শিল্পীজন বিশ্বৰ আগত চিনাকি হৈ পৰিল বুলি কোৱা কথাটো হজম কৰিব পৰা নাই শিল্পীজনৰ কোটি কোটি অনুৰাগী তথা অসমবাসীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd